৭২ মোৰ জীৱন সোৱৰণ আহি, হিতোদেশৰ এই শ্লোকটো মোৰ ছিলেনত লেখিলে। “ন তব্যং ন গন্তব্য দুৰ্জনেন সমং কচিৎ।” দুৰ্জনৰ লগত থাকিতে বা গলে, গছৰ ডালত কাউৰীৰ লগত বহা হাহটোৰ দশা ঘটে। শ্ৰীনাথ বাবুৰ এটা পুতেক আছিল, তাৰ নাম অতুল। সি হেড- মাষ্টৰৰ পুতেক, এই বাবেই “Observed of all observers অৰ্থাৎ গোটেই স্কুলৰ সত্ৰম আৰু কুতুহলী চকুৰ বিষয় হৈছিল। অতুলেৰে সৈতে যি ছাতৰ বন্ধুতাৰ দোলেৰে বান্ধ খাব পাৰিছিল, বা অতুলে বাৰে সৈতে হাঁহি মাতি কথা কৈছিল, সেই ছাতৰৰ ভাগ্যক আনবোৰ ছাতৰে ঈৰ্ষাৰ লোলুপ দৃষ্টিৰে চাইছিল। দুইমান বজাত হেডমাষ্টৰৰ ঘৰৰ পৰা হেড মাষ্টৰ আৰু পুতেক অতুললৈ জলপান আহিছিল। হেড মাষ্টৰে পুতেকেৰে সৈতে স্কুল-ঘৰৰ পৰা ওলাই গৈ বাহিৰৰ পিৰালিত থিয় দি সেই জলযোগ সমাপন কৰিছিল। সেই বয়সতে মই ভাবি নাপাইছিলো, কিয় হেড মাষ্টৰ বাবুৱে ৰূল ঘৰৰ ভিতৰতে, তেওৰ অফিছৰ এচুকত এখন আঁৰ- কাপোৰ বা আন ৰকমৰ আঁৰ দি লৈ সেই ভোল ব্যবহাৰৰ ব্যবস্থা কৰি নলৈছিল এই প্ৰশ্ন মোৰ মনতে উঠি অনেক দিনলৈকে থাকি, “উখায় হদি লীয়তে হৈছিল। মাং বাৰুৰ তলত মোৰ পঢ়া মংটিল। কাৰণ, মই প্ৰথম শ্ৰেণী পোৱাৰ আগতে শিৱসাগৰতে তেওঁ তেওৰ বিপুল বগুটি পেলাই থৈ পলাল। মই পঢ়িবলৈ পাইছিলে, অসমত সুপ্ৰসিদ্ধ চোহন গোৰী হেড মাষ্টৰৰ তলত। সকলো বিষয়তে এনে প্ৰগাঢ় পণ্ডিত, দোহৰ পোৰ নিচিনা কোনো লোকে অসমত হেৰি কৰা লি। এতে কলৰ ৰে আমোহনৰ এট ক ছিল, যে তিৰিক্ত পান। আচল সব চেনানো যাতে
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৮২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই