পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মোৰ জীৱন সোৱঁৰণ

প্ৰথম স্কন্ধ


বাল্য কাল

প্ৰথম আধ্যা।

⸺:০:⸺


 জন্ম
 কোন শকৰ
কোন তাৰখেে মোৰ
জন্ম হৈছিল, মোৰ
মনত নাই। পিতৃ
মাতৃৰ মুখৰ পৰা
সেইটো সৰুতে
শুনিছিলোঁ যদিও
পাহৰিলোঁ। মই
ডাঙৰ হলোঁ যেতিয়া
মনতে এটা শক
ভাবি সাজি লৈ,
তাৰিখ নিদিলে
নচলা কাৰ্য্যবোৰৰ
নিমিত্তে সেইটোকে