8° মোৰ জীৱন সোৱৰণ শুকাই গৈ তাৰ তলিৰ ওখোমোথোবোৰ ওলাই পৰিল; মুখ তাই কৰাই-খোলা যেন হল। ভাবিলো, হৰি হৰি! মোক লৰ বৰ-বাৰে খেদি আনি দেখোন আজিৰ নিচিনা এনে আনন্দৰ দিনতো ঘৰ পালেহি। কিছুমান বেলিৰ পিছত ককাইদেৱে মোৰ পঢ়া কিতাপ কেইটা মোৰ হতুৱাই নাই, মোৰ পঢ়াৰ পৰীক্ষা কৰিবলৈ লাগি গল; আৰু তেওঁৰ প্ৰশ্নৰ উত্তৰত মোৰ পৰা তেওঁ একো একোটা ফোপোলা আলুগুটি পাবলৈ ধৰিলে। তেওঁৰ উঠিল। মোক ধৰি কিল- কীৰ্তন দিবলৈ তেও উঠ দিলে খেদা। মই মাৰিলে। লৰ। ক্ষন্তেকতে মই আমাৰ গোটেইখন বাৰীত, পচোৱা-বতাহৰ আগ উৰাদি উৰি ফুৰিবলৈ ধৰিলো, আৰু মোৰ পিছে পিছে তেও লৰি ফুৰিবলৈ ধৰিলে। তেও সাৰ্থক খেদাত ক্লান্ত হৈ পৰিল, আৰু মোৰ বেগ কোবত-কোষে চৰিল। সকলোৱে অবাক হৈ এই বিপৰীত দৃশ্য চাবলৈ ধৰিলে। অন্তত খেদা আৰু লৰাৰ ধুম যেতিয়া তমোময় হৈ উঠিলগৈ, মাতৃদেবীয়ে বৰ পুতেকক এই wild goose chase অৰ্থাৎ বনৰীয়া ৰাজহহ ধৰিবলৈ খেদি ফুৰি ইৰাণ হোৱাৰ পৰা নিবৃত্ত হবলৈ বৰকৈ কৈ, তেওঁক অলপ ভৎসনা কৰি কলে—“বাৰু হেৰ তই কলিকতাৰ পৰা আয়ি দেখি হেপাহ কৰি তোৰ সৰু তায়েৰে তোক চাবলৈ আহিল; তই তাক ক’ত দুই-চাৰিটা কথা কৈ পোনতে মৰম কৰিবি নাই, তাক আকৌ এইদৰে মাৰিবলৈ চোৰ-খেদাদি খেদি লৈ ফুৰাই! লাহে- বীৰেও দেখেন তই তাৰ পঢ়া-শুনাৰ মহলা লব পাৰ।* আৰ কথা তনি যদিও কাইওে কাল, তথাপি গাইক মৃদুমন্দ এতিতং সনা কৰিবলৈ নেপাহৰিলে যে “তোমালোকে তাক মৰম কৰি কৰি তাৰ মূৰ লাকি। ইনটো চোদো লৰাই একো পচনা কৰে, া big dunce! এই ঘটনাৰ পিছত ককাইলো
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৪৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই