কৰিব। ওপৰৰ কথাৰ দ্বাৰাই আমি এনেটো কৈছোঁ বুনি যদি কোনােবাই ভাবে যে আমি হে শঙ্কৰদেৱ মাধৱকে বুজিছো আৰু সেই বাবেহে আমি তেওঁলােকৰ চৰিত্ৰ লিখিবলৈ নিজক যােগ্য বিবেচনা কৰিছো, তেন্তে নিশ্চয় নিশ্চয় আমাৰ প্ৰতি সেই জনে অন্যায় আমাৰ কোৱাৰ মানে এইটোহে যে যি বিষযৰে যিজনে প; অকিবলৈ যাব, সেই বিষয়ত তেওঁ শ্রদ্ধাবান হৈ মন প্রাণ সমর্পণ কৰি নাণিণে সেই পট প্রকৃত নহৈ বিকৃত হয় । সেই বিষয়ৰ বিৰদ্ধভাবাপন্ন জনৰ হাত তাৰ Spirit অর্থাৎ প্রাণ ধৰা নপৰে, তেনে কাম তেওঁৰ পৰা অসাধ্য। মহাপুৰুষ শঙ্কৰ মাধৱৰ চৰিত্ৰ পুথি কেইবাখনাে পঢ়ি মিলাই, আৰু মহাপুৰুষীয়া সত্ৰৰ সন্ত সাধুসকলৰ মুখে মুখে প্রচলিত অ চৰিত্ৰ, আৰু ঘাইকৈ পিতৃদেৱ দীননাথ বেজবৰুৱাৰ মুখে শুনা চৰিত্ৰৰ যি মনত আছিল সেইবােব সুৱৰি জুকিযাই বৈ এই চৰিত্ৰৰ কিতাপখনি আমি ৰচনা কৰিছে। সন্ত সাধুৰ গ্ৰহণীয় পৰ্বাপৰ প্ৰচলিত কথাহে ইযাত দিয়া হৈছে, লোেকৰ ৰা বােনা বিশেষ সম্পদাৰ মনতুষ্টিৰ ফা7ে আমি লক্ষ্য ৰখা নাই, ৰ ৰাখিবৰ ইছাও কৰা নাই , বাৰণ সত্য গােপন বা সত্যৰ অপলাপ আমাৰ স্বাৰ্ণ নাই, আৰু নাৰাধেও। মহাপুৰুষ সব বৰ চৰিত্ৰ সবলােৰে মাজত প্ৰচাৰ হওক, তেওঁলােক কেনে আছি, তেওঁলােকে কি বৰিছিল, আৰু ভবিষ্যতলৈ বি বৰি ৰ, অসমীয়াই তেওঁলােকৰপৰা কি পালে, ইত্যাদি কথা হে সৰ্বসাধাৰণৰ আগত অাৰু ঘাইকৈ অসমীয়াৰ আগত প্ৰচাৰ কৰা আমাৰ মুখ্য লক্ষ্য, কোন সম্প্রদায়ক ডাঙৰ কৰা বা কোনাে সম্পদাষক সৰু কৰ আমাৰ উদ্দেশ্য নহয় । শঙ্কৰদেৱো আমাৰ, মাধৱদেৱো আমাৰ, দামােদৰদেৱে। অম'ৰ, বশীগােপালদেবে। আমাৰ, হৰিদেৱে আমাৰ। অামাৰ এওঁলোক বৰেণ্য, পূ, ঘেষ্ঠ, গৰ, “মতাে হীয়ান এওঁলােকক লৈয়েই আমি আজি ধনী। এওঁলােকৰ কৃপাতেই আমি ধৰ্ম্ম, কৰ্ম্ম, নীতি, সদাচাৰ, মনুষ্য, অাৰু আমাৰ সাহিত্য পাইছে।। এওঁলোকৰ আবিৰ্ভাৱত অসমীয়া জাতিয়ে বিণৰ হাতৰপৰা উদ্ধাৰ পালে । এতেকে এওঁলােকৰ চৰণত আমাৰ লক্ষ কোটী প্রণাম। কি সত্যৰ অপৰাপ অামাক নালাগে। আকাশ খহি পৰক, হানি নাই, কিন্তু সত্য সুৰ্যৰ দৰে অটুট হৈ যাক। উঠি অহ, উদাৰ শিক্ষা পাের, অসমীয়া ডেকাসকলৰপৰা ঘাইকৈ আসামে এইফেৰা কৰ্তব্য আশা কৰে। কৰ্তব্যৰ গৌৰৱ অক্ষর থাক, ভয় নাই, আকৌ আমি ঘূৰি ম'নুহ-মুৱা হৈ উঠন নিচয় নিশ্চয় 'চাৰাচোন, শঙ্কৰৰে কি ন্যাযনিষ্ঠা, স্বার্থত্যাশ অ'ৰু ধৰ্ম্মত ৰতি ! তেওঁ শিৰােমণি ভূ। ৰাৰ নিচিনা তেওঁৰ ক্ষমত', ঐবর্য, দাস, দাসী, সম্পদেৰে তেওঁ পৰিবৃত। তেওঁৰ কিহৰ অভাৱ আছি যে এনে সুখ সম্পদ সন্ত্ৰমৰ জীৱন তেওঁ তৃণৱৎ পৰিত্যাগ কৰি বিপণশল ধৰ্ম প্ৰচাৰকৰ জীৱন অৱলম্বন কৰি দুখীয়া ছাল-ছিগ ভিৰ সৰ্বজয়, বললাম, পৰমানৰ নিচিনা ভকতক বুকুত বান্ধি লৈ ফুৰি দাৰিদ্ৰৰ কঠোৰ অৱক আলিঙ্গন কৰি, নিজে ঢ় বিশ্বাস কৰা ধৰ্মক পৰ উপকাৰৰ নিমিত্তে এনে কঠোৰ ব্ৰত অৱলম্বন কৰিছিল। ভাৰতৰত ৰাপাট আৰু সাংসাৰিক সুখসশদ বিসর্জন দিও এক সিদ্ধার্থ গৌতম বুদ বাহিৰে এনে দৃষ্টান্ত কেইটা আছে?
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই