পাতনি
মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ সুদীৰ্ঘ জীৱনৰ ঘটনা আৰু কাৰ্য্যবোৰ সকলোৱে জানিবৰ সুবিধা যাতে হয়, সেই আশা কৰি আমি এই কিতাপখন ৰচনা কৰিলোঁ। দেখিছোঁ যিসকলে এই মহাপুৰু দুজনৰ বিষয়ে অলপ জানে তেওঁলোকৰ সৰহ আগেও অনেক বিষয়ত প্ৰকৃত ঘটনা ভালকৈ নাজানি, কোনো কোনো চৰিত্ৰলিখকে বাৰ্থসিৰি নিমিত্তে বিকৃত কৰি লিখা কথাৰোৰ সত্য বুলি ধৰি লয়। যি যাৰ জীৱন-চৰিত্ৰ লেে লেখকজন সেইজনৰ প্ৰতি শ্ৰদ্ধাবান নহলে, তেওঁ লেখা কত প্ৰাণ নাথাকে; কাৰণ তেওঁৰ বিচাৰ বিৰেচনা আৰু দৃষ্টি সেই জনৰ ওপৰত প্ৰায়ে ৰে হৈ হে পৰে। ৰি নৰ বিষয়ে তুমি লিখিবলৈ গৈছা, সেই জন প্ৰকৃত চিত্ৰ আঁকিবলৈ হলে, তুমি সেইন মনোৰাজ্যত যিমান দূৰ সাধ্য প্ৰৰে কৰি সেইজনৰ ভাৰ আৰু কাৰ্যৰ প্ৰকৃত মৰ্যৰ এৰাই অনুপ্ৰাণিত হৈ তন্ময় তগদ হৈ নগলে, তেওঁৰ প্ৰক্ত পট তুমি কেতিয়াও কি নোৱাৰা। এই কথাৰ প্ৰমাণ অনেক দিব পাৰি। আমাৰ আগেৰে ৰচিত “শৰদেৱ” কিতাপতে এই কথা আমি কৈছো। ইয়াতে তাৰ চমু উল্লেখ কৰে। অধিকাংশ ইংৰা লেখকে নেপোলিয়ান বোনাপাটৰ জীৱনৰ চিত্ৰ আকিবলৈ গৈ নেপোলিয়ানক বিকৃত কৰি পেলায়; তাৰ কাৰণ, অধিক ভাগ ইংৰাজে তেওঁলোকৰ চিৰ শত্ৰু নেপোলিয়ন এ ভৰি চকুৰে চাব নোৱাৰে; সেইদেখি, তেওঁলোক যিমানকে বিচক্ষণ ৰিত আৰু বিয়ান হওক নেপো- লিয়ানৰ কাৰ্যকলাপৰ মৰ্ম্মস্থলত প্ৰবেশ কৰিব নোৱাৰে। সেই নিমিত্তে ভাল বন বুজি তেওঁৰ প্ৰকৃত চিত্ৰ আঁকিবলৈ চুৱেলক লগা হয়; ঋেছনেক কিৰলৈ জন মলিক লগা হয়। পিতা মাতাৰ মহত্ব, মহানুভবতা, অন্তৰৰ নিয়ত, উদাৰত, সন্তানৰ বাহিৰে কোনে সুন্দৰকৈ সৰ্বতোভাৱে প্ৰকৃতপে বুজিৰ। তেওঁৰ বিৰুপক্ষীয়জনে তত বু দূৰত থাওক, সহখিনি সময়ত হালধীয়া, ৰা নীল, ৰা কলা বিত-চৰু পিন্ধি হে সেইজনে তেওঁৰ ফালে চাৰ। নন্দদুলাল নন যশোদাই, বৃন্দাবনচন্দ্ৰ গো+গোপীয়ে, শ্ৰীক পাণ্ডৰে যেনেকৈ বুজিৰ, অবক বেনুক বা শিশুপাল দুৰ্যোনে তেনেকৈ বুজি নে। সেইদেখি ৰাধা কৃষ্ণক বুজিবলৈ জয়দেৱ, বিদ্যাপতি, চণ্ডীদাস, গোবিন্দদাসৰু লাগে; চৈতন্য বুজিবলৈ কৃষ্ণদাস কৰি আৰু ৰাসৰু লাগে; শৰদেৱৰ বুজিবলৈ মাধৱদেৱক আৰু নাৰায়ণ ঠাকুৰক লাগে; মাধৱদেৱ বুজিবলৈ মৰাদাস আৰু ধুলা- আতাক লাগে; আৰু শ্ৰীমন্তগৱত বুজিবলৈ ব্যাসদেব আৰু তৰুদেৱৰু লাগে। বি এন বা যি বিষয়টোৰ প্ৰকৃত॥ বুজিৰ যে, সেই নৰ ৰা সেই বিষয়ৰ প্ৰতি তোমাৰ প্ৰকৃত বা আৰু ভক্তি হলে, তাৰ মাত বৰেণ কৰি তাক ঠিককৈ কেতিয়াও বুলি নোৰ এইটো নিশ্চয়। এই ৰেহে বীমাগত যা সশৰে সদেৰ কৈছিল তা গৱত বেতি ন া ন চলা।”