পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাচিপতীয়া পুথি এখনৰপৰা টোকা


 “শ্ৰীশঙ্কৰ লগে ব্ৰাহ্মণ ভকত। পৰম আনন্দে কথা শুনা সমাজত॥প্ৰথমে দামোদৰ গোপাল বলোৰাম। পৰমানন্দ ভাগৱত ভটাচাৰ্য্য নাম॥কবি কণ্ঠ বিভুষণ গুৰু গুৰু ৰাম। সদশ্য পৰক্ৰা (?) অনন্ত কন্দলি জাৰ নাম॥ কলাপ কেশৰি হৰিমিশ্ৰ ৰত্নাকৰ। শ্ৰীধৰ কন্দলি হৰিমিশ্ৰ হৰি বড়॥ ৰঘুনাথ গোপিনাথ হৰি কৰ্ণপৰ। জয়দেব বংশীবদন দাস সুৰ॥ ভাগৱত মিশ্ৰ জয়হৰি নিৰঞ্জন। বনমালী গোপীনাথ মদন মন॥ শ্ৰীধৰ বিষ্ণু ৰাত্ৰা পুৰি ভাগৱত। পদ্মপাণি চতুৰ্ভুজ জগন্নাথ সন্ত॥হৰিগুৰু চিৰিহৰি মাধৱচৰণ। ৰমানন্দ তুলসীদাস বিচিত্ৰানন্দন॥ মুৰাৰি-দাস নাৰায়ণ কমললোচন। সিৱানন্দ সতানন্দ গোবিন্দ ৰাম॥ মাধৱক মুখ্য কৰি আচে ভক্ত জত। তাসম্বাৰ নাম আবে শুনিও সমস্ত॥ হৰিদাস ঠাকুৰক আদি ভক্তগণ। হৰিগুণ নাম কৰা শ্ৰৱণ কীৰ্ত্তন॥ কমলাকান্ত হৰি বনমালি ৰাম। গোবিন্দ কেশৱ বলোভদ্ৰ আৰু নাম॥ পৰমানন্দ গোবৰ্দ্ধন মহাকলি হৰি। জদুমণি জগজীৱ কবিন্দ্ৰ কেশৰি॥ জয়ন্তি মাধৱ হৰি বলভ শ্ৰীৰাম। মকুন্দ গোপাল মাধৱ জাটিৰাম॥ সিৱানন্দ সতানন্দ মথুৰা জয়ানন্দ। অভয় চৰণ জদুমণি সদানন্দ॥ সন্ত বিভু ৰঘুনাথ মৰাৰি মাধৱ। ৰঘুপতি ৰঘুনাথ জয়ন্তা জাদৱ॥ ৰাম কামদেৱ ভক্তদাস জগয়তি। পৰিক্ষিত পঞ্চানন সিৱ চিৰিপতি॥ শ্ৰীৰামচৰণ বনমালি জনাৰ্দ্দন। অনন্ত লক্ষণ বিভু লক্ষ্মীনাৰায়ণ॥ ৰামকৃষ্ণ ৰামহৰি গোবিন্দ কেসৱ। মথুৰা দ্বাৰা হৰি মকুন্দ যাদৱ॥ জয়ৰাম জয়বিষ্ণু জৱন গোপাল। কৃষ্ণই হৰিচৰণ ৰাতুল দায়াল॥ স্যামধন ৰামধন হৰিধন কাম। গোপাল চৰণ আৰো মত্তদ্যি স্যাম(?)॥ জগত মোহনি যদুবৰ জগধৰ। ভৱানন্দ চাৰুভদ্ৰ গতি শষধৰ॥ সদানন্দ জয়ানন্দ হৃদয় আনন্দ। নিত্যানন্দ জয়ানন্দ সত্য সৰ্ব্বানন্দ॥ কামেশ্বৰ কানুৰাম সুৰ বিশ্বস্তৰ। হৰিগতি ৰামগতি সম্ভূ মাধৱৰ॥ গদাধৰ চক্ৰপাণি, পদ্মপাণি ৰাম। বাসুদেৱ অনিৰুদ্ধ তুলাধৰ কাম॥ সন্তভুষণ জনাৰ্দ্দন পদ্মপাণি। নাৰায়ণ হৰি কল্পতৰু ভাল জানি॥ পাগল গদা বায়ন গোপাল। গৌৰাঙ্গ জাদৱ