পৃষ্ঠা:Kirtan Ghosha.pdf/৮৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৯৯৩
৮৭৩
খেদ

তুমিসে কেৱল কৰুণা-সাগৰ।
তোহ্মাক নভজো কি মঞি পামৰ॥ ৯৮১
আৱে কৃপাময় দিয়োক শৰণ।
দোষ মৰিষণ তোমাৰ চৰণ।৷ ১৮২
ইবাৰ ঈশ্বৰ নছাড়িবা মোক।
মোৰ মন মজি তোমাতে ৰহোক।৷ ৯৮৩
মোৰ প্ৰাণ হৰে জীৱন প্ৰাণ হৰে।
 হৰি ৰে ৰাম ৰাম কৃষ্ণ হৰে॥ ৯৮৪
 কৃষ্ণ হৰি এ প্ৰাণ হৰি এ
 হৰি ৰে ৰাম ৰাম ৰাম ৰাম।, ৯৮৫
গোৱিন্দ ৰে জয় কৃষ্ণ জয় ৰাম জয় ৰাম।৷ ৯৮৬
হৰি হৰি ৰাম বান্ধৱ হৰি ৰাম॥ ৯৮৭
হৰি হৰি এ নাৰায়ণ জয় গোৱিন্দ ৰাম॥ ৯৮৮
হৰি হৰি এ নাৰায়ণ জয় গোৱিন্দ ৰাম॥ ৯৮৯
কৃষ্ণ ৰাম গোৱিন্দ। হৰি ৰাম গোৱিন্দ জয় জয়।৷ ৯৯০
গোৱিন্দ কৃষ্ণ ৰাম ৰাম ৰাম।
গোৱিন্দ গোৱিন্দ ৰাম ৰাম॥৯৯১
গোৱিন্দ মাধৱ প্ৰাণ-বান্ধৱ ৰাম কৃষ্ণ হৰি জয়।৷ ৯৯২
হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়।
ৰাম-নামে মাৰণা মাৰে পাপ-কটকৰ ক্ষয়।৷ ৯৯৩


পা ৯৯০-৯৯২। (নাই।)