পৃষ্ঠা:Kirtan Ghosha.pdf/৮৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৪১৬
৮৬৭
নাম-ছন্দ

পৰমানন্দ জয় পৰমানন্দ।
হৰি হৰি হৰি হৰি হৰি হৰি এ
হৰি এ পৰমানন্দ জয় পৰমানন্দ॥ ৯৩৬

কমলা-কান্ত জয় কমলা-কান্ত।
কমল-লোচন বনমালী  হৰি এ বনমালী এ।
কমলা-কান্ত, জয় কমলা-কান্ত॥ ৯৩৭

দামোদৰ প্ৰভু দামোদৰ
দেৱকী-নন্দন দীনবন্ধু হৰি এ
দীনবন্ধু এ  দামোদৰ দেৱ দামোদৰ॥ ৯৩৮
জগত-জীৱন ৰাম যদুপতি  জগত-জীৱন ৰাম হৰি হৰি
 জগত-জীৱন ৰাম॥ ৯৩৯
জগত-জীৱন ৰাম যদুপতি  জগত-জীৱন ৰাম হৰি হৰি
 জগত-জীৱন ৰাম।৷ ৯৪০
জগজীৱন ৰাম জগজীৱন ৰাম।
জগতৰ সুমঙ্গল তুৱা গুণ-নাম।৷ ৯৪১
মধুসূদন দেৱ মধুসূদন দেৱ।
তুমি বিনে অগতিৰ গতি নাহি কেৱ।৷ ৯৪২
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি।
ৰামতে ৰমোহো অবিৰাম ৰাম ৰাম।৷ ৯৪৩
ৰাম-নাম ধৰ্ম্ম অনুপাম হৰি হৰি।
পূৰে ভকতৰ মন-কাম ৰাম ৰাম॥ ৯৪৪