পৃষ্ঠা:Kirtan Ghosha.pdf/৭৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাম-যােয় [ থােকা ৩৯৬ সুদীর্ঘ নয়ন গ্ৰীৱা বাহু পদ আৱৰ অঙ্গুলিচয়। এহি পঞ্চদীর্ঘ- অৰণে কৃষ্ণৰ মিলে মহামহােদয়। ৩৯৬ প্ৰাৱ নাসা পদ উন্নত নখ হৃদয় । এহি ছয় থান স্মৰণে মােক্ষ মিলয়। ৩৯৭ কন্ধ উন্নত উন্নত কৃষ্ণৰ যুগ-নির্ণয় মিনতি বচন বােলাে সর্বজনে শুনিয়ে শাস্তুৰ মৰ্ম্ম। আপুন কুশল চাৱা যেৱে তেৱে নেৰিবাহ যুগ-ধৰ্ম্ম ॥ ৩৯৮ সত্য-যুগে ধ্যান ত্রেতাযুগে যজ্ঞ দ্বাপৰ যুগত পূজা। কলিত হৰিৰ কীর্তন বিনাই আৱৰ নাহিকে দুজা ॥৩৯৯ ৩৯। কৃন্তে যায়তো বিষ্ণু স্রেতাং যতো মুখে বাপৰে পৰিচৰাং কলো তৰিকীৰ্তনাৎ। গৱ-পুৰাণ ১২,৩,৫; দুগড়-লু, পূখ ৩২.১৯ ২২.৩৭; বুয়াৰদীপু, ৩৮,৩৮৯৭