পৃষ্ঠা:Kirtan Ghosha.pdf/৭৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মা-বোবা (ঘোৰ ২৯২ আপুনি পণ্ডিত মুহি মহন্তক নুপাসিলে কদাচিত। তথাপিতত গুৰু বোলাৱে কৃষ্ণ মায়ায়ে দুয়া মোহিত। ২৯২ নজানে শাস্ত্ৰক শিষ্যৰ সংশয় নপাৰে দূৰ কৰিত। তাৰ উপদেশে আন নয় আপুনো ভৈল বঞ্চিত। ২৯৩ শাস্ত্ৰ-মত এৰি যি কথা কয় কেৱলে, পাষণ্ড-নয়। আহোক কৃষ্ণক পাইবে কদাচিত মুচে সংসাৰ-ভয়। ২৯৪ অম্ন যোনি কিছছ নকৰে বিচাৰ জাতি-কুল ভৈল ভ্ৰষ্ট। বৈষ্ণৱৰ বেশ বেদ-পন্থ কৰি নষ্ট। ২৯৫ হৰি হৰি হৰি কিনো ভৈলা আতি কৃষ্ণৰ মায়াৰ বল। হৰি-ভকতিৰ পাতিলেক অমঙ্গল॥ ১৯৬ পা ২৯২। তথাপিতা-মোহিত। ওপৰঞ্চি। পৰমাধহয় কমনে সিটো পতি। ধৰিয়া ফুৰয় পন্থত কপট বিচাৰি কহৰ