পৃষ্ঠা:Kirtan Ghosha.pdf/৭৬৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যে ২৩ ] উপদেশ 100 হিৰণ্যকশিপু প্রহ্লাদ পুত্র নানান দুর্গতি দিল। হৰি-নাম-মহা- করুচ-প্রভার তান লােম নলৰিল | ২৬০ একান্ত শৰণে যিটো নাম লৱে ফুৰ হৰি তাৰু ৰাখি। ইহাত যদ্যপি সঞ্জাত নযাৱা লৈয়াে প্রাদত সাক্ষী ॥ ২৬১ জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম যিজনে ফুৰে সুমৰি। তাক মােৰ বুলি হাতে অস্ত্র তুলি ৰাখিয়া ফুৰন্ত হৰি। ২৬২ গ্রাহ-গ্রস্ত হয়া গজেন্দ্ৰ শৰণ লৈলা ত্রাহি হৰি বুলি। তাহা তেখনে ৰাখিল আসি হাতে হৰি চক্ৰ তুলি। ২৬৩. ২৬৩। তুক তং স্বাক্ষ্য ঋড়িতম সহসাৱতীৰ সাহমও সসঃ কুয়োজহা। গ্রাহাদ্বিপাটিতমুথাৰিলা গজেন্দ্র সংপতা হৰিৰযুমুঢ় দুলিয়ানা। —হায়-পু ৮,৩৩৩ পা ২৬৩। চক্র -পত্র।