পৃষ্ঠা:Kirtan Ghosha.pdf/৭৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ -োখা [ ঘোষ ১১৬ নাম অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন হংস নাৰায়ণ অষ্ট নাম। পৰম মঙ্গল-ৰূপ যিটো অহৰ্নিশে সৰে তাৰ পূৰ্ণ হোৱে মনকাম॥ ১১৬ পৰমাৰ্থপাৰ মাধৱ মাধৱ নাম বচনত সুমৰয় মাধৱ মাধৱ হৃদয়ত। মাধৱ মাধৱ নাম উচ্চাৰয় সমস্তে কাৰ্যত॥ ১১৭ নিৰন্তৰে সাধুসৱে পম মণ-ৰূপ মাধৱ মাধৱ নাম যিটো মহাজনে উচ্চাৰয়। তাৰ অমঙ্গল-প গুচয় সংসাৰ-ভয় মাধৱৰ নিকট পায়॥ ১১৮ ১৯৬। অচ্যুতং কেশৱং ৱিং হৰি সত্যং নাম। ইংস নাৰায়ণকৈৰ ৱিফোনামাইকং শুভ। ১১৭। মাধৱ মাধৱ চি আৰৱ মাধৱ হদি। অৰবি সাধৱ সৱে সৱাৰে মাধৱ। tt ১৬। অহৰ্নিশে-শহানে। ১১। পাশাপলা।