পৃষ্ঠা:Kirtan Ghosha.pdf/৭২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1>. নামােবা ' থােৰা ১৮ কৃষ্ণ নিষ্ট ইষ্টদেৱ আত্মা প্রিয়তম গুৰু সুহৃদ সেদিৰ বন্ধুজন। কৃষ্ণে মােৰ মতি গতি কৃষ্ণ ভকতিৰতি কৃষ্ণ-পায়ে নিমজোক মন ৷৷ ১০৮ আত্ম-নিন্দা অনন্ত-মহিমা নিত্য নিৰ্ম্মল তৰঙ্গ-চয়হীন। হেনয় পৰমানন্দ অমৃত-সাগৰে মজি আচাস্ত নকৰি বুদ্ধি-ক্ষীণ। ১০৯ হে হৰি সাৰ-শূন্য মৃগতৃষ্ণার্ণৱ-জলে মহা শান্ত হয়া মােহ পালা। গান পান আচমন কৰােহে ৰমণ তাতে কলােহাে উপজে তল যা । ১১০ পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেড়া আতি গুপ্ত-স্বৰূপে আছিল । লােক কৃপায়ে হৰি শঙ্কৰ-স্বৰূপে আসি মুদ ভাঙ্গি সমস্তকে দিল । ১১১ ১৯। শান্তেইনস্তুমহিস্থি নির্মলচিদানলে দুৰাৱলি। নিজেস্বতসাগৰাসি মনায়ুখোইপি নাচামতি। ১১। নিঃসাৰ মৃগতৃষ্ণিকালে প্রান্তে বিমুঃ । পিয়াচমত্যৱগাহতেইতিমতে অতখাচ্ছি। পা ১৮। অনুধা-অসু