পৃষ্ঠা:Kirtan Ghosha.pdf/৭২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হবিভক্তি-সমােবৰে কৃষ্ণ-পাপন্ন প্রকায়। মাম-নাম মাজহংস ছানিয়া আৰৱ কৰে শুনি আতি কৌতুক মিলয় ৯৫ সমস্তে তীর্থত স্নান কৰিলেক সর্ব যজ্ঞ দীক্ষিত ভৈলেক সিটোন। সযতে চান ফল সিসিজনে পাইলে আতি যিটো কৰে হৰিৰ কীৰ্ত্তন। ১৬ মাধৱে বােলন্ত মােক কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি সদায় সুমৰে যিটোজনে। । হয়ে যেন পথ পা তা আপুনি উধাৰৰ ৰঙ্গ মনে। ৯৭ যদ্যপি দুঞ্জন কলি হৰিৰ ভকতিপথ কৰিলেক বিৰল-প্ৰচাৰ। একান্ত শৰণে যিটো শ্ৰৱণ-কীর্তন কৰে ওচৰৰ নচাপে কলি তাৰ ৯৮ ৯৬। সাত সৱৰ্তীর্থেধু সাবজ্ঞেযু দীক্ষিত। সৱদানপ্রাপ্ত বস্তু সংকীর্তমেৰি। ৯। কৃষ্ণ কৃষ্ণতি কৃতি যে শাং শতি নিত্যশ। জৎ ভিধা বখা পদ্ম নাম্যহম্। —পাণ্ডৱা-গীতা; নৰসিংহ-পুণ (ভক্তিৱিক, ৩৭) ৯। অতি বিভক্তিম মহাপ্লাৱা সিকষােগিনী। সা যদ্যপি কলিন বিচাৰিতা, তথাপি তালােকিতা লােৰনৱলােকগিং এ এসো ।