এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এই বিষয়ে অৱশ্যে কোনোদিনেই তেখেতক সোধা হোৱা নাছিল। খুব সম্ভৱ এই লৈ হয়তো তেখেতৰ আক্ষেপো নাছিল। কিয়নো নিজৰ শিল্পকৰ্মত, গল্পকাৰ হিচাপে তেখেতৰ একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰ অভাৱ নাছিল, কৰ্মফললৈ হয়তো তেখেতে উভতিকে চোৱা নাছিল। তেখেতে হৈ চৈ নকৰাকৈ, খ্যাতিৰ মোহত মতলীয়া নোহোৱাকৈ মানুহৰ মাজত থাকি নীৰৱে কাম কৰি, জীৱন-যাপন কৰি ভাল পোৱা মানুহ আছিল আৰু তেনেদৰেই আমাৰ মাজৰপৰা নীৰৱে বিদায়ো মাগিলে।❐

পূৰ্বপ্ৰকাশ
গৰীয়সী, ২০২১ আগষ্ট

(লেখক বিশিষ্ট গল্পকাৰ, চলচ্চিত্ৰ সমালোচক আৰু

‘দৈনিক অসম’ কাকতৰ সহকাৰী সম্পাদক)

৮৮॥খোজৰ শব্দ