জীৱনপঞ্জী
পিতৃ: সিংহেশ্বৰ খাটনিয়াৰ
মাতৃ: হেমলতা খাটনিয়াৰ
জন্ম: ১৯৫৩ চনৰ ১৯ মাৰ্চ, দেওশাল চাহ বাগিচা, তিনিচুকীয়া
পিতৃগৃহ: শলগুৰি গাও, শিৱসাগৰ
শিক্ষা:
* দেওশাল, তিনিচুকীয়াত প্ৰাথমিক শিক্ষা গ্ৰহণ
* ১৯৬৯ চনত বেজবৰুৱা উ: মা: বিদ্যালয়, শিৱসাগৰৰ পৰা প্রৱেশিকা উত্তীৰ্ণ৷
* ১৯৭৩ চনত শিৱসাগৰ কলেজৰ পৰ৷ ডিষ্টিংচনসহ স্নাতক ডিগ্ৰী লাভ।
* ১৯৭৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ভূতত্ব বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ।
কৰ্মজীৱন:
* ১৯৭৭ চনত সহকাৰী ভূতত্বববিদ হিচাপে ভূতত্ব আৰু খনি সঞ্চালকালয়, অসমত যোগদান।
* ২০১৩ চনৰ ৩১ আগষ্টত অৱসৰ গ্ৰহণ
ভূতাত্বিক অনুসন্ধান আৰু জৰীপ
চুণশিল: বোকাজান, ডিলাই আৰু উমৰাংচুত
কয়লা: ডিলাই, শিলভেটা, উমৰাংচুৰ তিনিকিলো গৰমপানী, নামৰূপৰ দিল্লী, জয়পুৰত
মিনাৰেল: নামবৰৰ গৰমপানীত
সৌন্দৰ্যবৰ্ধক গ্রেণাইট: মৰিগাঁও, উত্তৰ গুৱাহাটীৰ আজ্ঞাঠুৰী, মান্দাকাটা পাহাৰ আৰু বাইহাটাৰ দেওদুৱাৰত
মৃত্যুঃ ৪ জুলাই, ২০২১