পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তথাপিতো আমি কৰব পপ বাট বুনিম কি? আকাশ বাটেদি সূৰ্য্য যায় বুলি ঙ্গে যায় নে কি? কি ভোটা তৰ সেই পথে চলে আমালৈনো তেতে কি? চন্দ্ৰ সূৰ্য ছোটা ত হিলিক | সকলে নেওচা দি, নি তিলিনি আছে যি কে কনি অলিম তাইে দি। (৭) নহওঁ নিৰাশ। ভাবি মনতে মই কি কাম কৰিম বুলি, যাওঁ যেন কষ্টে তে আপোন উদ্দেশ্য ভুলি। “পৰৰ মূৰত খোৱা টায়া না যোৱা” কুছ জীৱন পহাত মুখলই চোৱা! ইপিনে ‘পত আশা বসত ৰাসৰ দৰে সিজিব উদ্দে বুলি কোনে ডাঠি থাকা কৰে। নিশত কোচ-খোৱা হৃদয়ত সাহ বান্ধি, প্ৰতিজ্ঞা লাখুটি ধৰি সুখে দুখে হাঁহি ফান্দি, তথাপি উদ্দেশ্য আজি এবাৰ বিচাৰি বাওঁ, জানোছা কতোৰ গই কালে তাক দেখা পাওঁ। দেখে যদি কৰবাত সাগৰত পদ্ম ফুল, বসন্তৰ কুলিটিয়ে হেমত কু-উ বোলা,