এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মৰহি উদ্দীপিত কাব্য জ্যোৎঙ্গা এভা উজৰি উৰি মাৰ যায় হৃদয়ত। কফ পপ তুলি সিটা নমৰ কৰ দাৰূপে খাকোতে ভবত, মায়া ঢাকনী লঙ্গি বাল্মীকি দেৱৰ, নাৰ ঈশ্বৰ দূতে কবিলে বেত। স্ব স্কেতি পৰি হৃদয়ত যাৰা অন্ধকাৰ হ লোকত লীন; উডটি ধৰিলে নিজ পথ সাধনাত, শুকাৰত খাল সংস্কাৰ নি। ৰ হল দাবৃত্তি মায়া অহঙ্কাৰ নিঃ পৰিবাৰ পালনৰ চিতা, দূৰ হল কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্যৰ আক্ৰমণ বাধ্য বাধকতা। দূৰ হল আপৰ মায়া ভেদ জ্ঞান, সুখ দুখ, পাপ পুণ, ধৰ্থ অধৰ্ম, বিবেক হিয়াত তাৰ হল মূৰ্তিমান, ক্ৰমাৎ কৰিলে ত্যাগ সংসাৰৰ কৰ্ম্ম আলোকছটা এটি তাৰ হৃদয়ৰ কবিতা জপেৰে সাঁচ বই মৰতত