এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নগৰে এৰে গণেশ পাই, প্ৰতিনি নিলগত উঠে-হা! ' কি মোৰ এই তেল শুনা পুৰি কওঁ, আহোম বংশৰ মই সন্ততি হওঁ মোৰ জাতি জাতি গই সকলো ৰচেৰা হয়। গোযোত পৰিলেও কলে কাও-ও, সাৰ বাৰ্থতে ব্যস্ত থাকে দেখা পাও কাক ই বা এই পাতিম সংসাৰ? প্ৰেম প্ৰতি বান্ধ হীন সংসাৰ অসা। লই বা বেশ, পৰ্য্যতি ফুৰিছে দেশ, মিছে পবিত্ৰ তীৰ্থ অসম ৰাজ্যৰ পাদস্পৰ্শ ভূমি চাও বীৰ আহোৰ। হেৰা গড়গাও তীৰ্থ পবিত্ৰ নগৰ? নিঃকিন পশিছোঁ বুলি ধৰা জগৰ। স্বৰ্গদেৱ নাই কাজি, নাই সেনা গজ বাজি, নাই ৰাজ্য আছে চিন অৰণ্য-নগৰ, স্মৃতিস্তম্ভ মত্ত হই সেই সকলৰ। স্বৰ্গদেৱ চক্লেঙ্গে (গড়গঞ। } পোৰ চতি গলাও পতা।