এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
চুম্ফা, চুপি যাপণে ক্ৰমাগজে
এটি শতাব্দী ব্যাপি ৰাজধানী পাতে।
কোচৰ বিখসিংহে চুহাফাৰ কালে,
আহোম আমি,
হামানি উডটিলে,
উৰু নগাই আহি দুখৰ দিলে,
শেহ স্পৰ্ণে হাৰি শৰূপে পশিলে।
ৰো চৰ গুৱা! তুমি অতীতৰ স্মৃতি,
| কালৰ কুটালা গতি
(আৰি) তোমাৰ কি দুৰগতি
স্থান হল৷ আজি কিহৰ ৰাতি।
তোমাৰ ৰিলই দেখি যায় হিয়া ফাটি।
কোনেনো বুলিব হয়। তোক নগৰ,
নিৰপেক্ষ বুৰঞ্জীৰে
মাখো আজি সাক্ষী দিয়ে,
সাক্ষী আৰু নাতিপুতি আহোম বংশৰ,
আৰু ভগ্ন অংশেৰ তোমাৰ বুক।
তোমাৰ ভাগ্যৰ দৰে ভাগ্য আহোম,
আহোম নগণ্য আজি,
পৰাৰ, ৰ ৰাজি,
জা, শক্তি, ধৰ্ম, প্ৰেম দেশ,
পূৰ্বৰ গৰিমা একো নাই সিসৱৰ।