পৃষ্ঠা:Assam Buranji.djvu/১৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৩
 


 হিন্দু সঁক ৬০ৰে হৰিলে জি সেস অঙ্ক থাকে সেই অঙ্ক তলৰ লেখত চাই আহম মতে বচৰৰ নাম বুজিব। কিন্তু ১ বৈসাগৰ পৰা মুখ্য চান্দ্ৰে আঘোনৰ প্ৰথম দিনলৈকে কোনো কথা ঘটিলে, হিন্দু সঁকত ১ বচৰ বাৰ্হে, তাক কাটিলে আহম লাক্লিৰে মিলিব।

 
ত্যেও প্লাও ঙ্গি মাও চি চেও চিঙ্গা মূত চান ৰাও মিত কে
কাপ ১১ ৫১ ৪১ ৩১ ২১
ডাপ ১২ ৫২ ৪২ ৩২ ২২
ৰাই ২৩ ১৩ ৫৩ ৪৩ ৩৩
মুঙ্গ ২৪ ১৪ ৫৪ ৪৪ ৩৪
প্লেক ৩৫ ২৫ ১৫ ৫৫ ৪৫
কাত ৩৬ ২৬ ১৬ ৫৬ ৪৬
খুত ৪৭ ৩৭ ২৭ ১৭ ৫৭
ৰুঙ্গ ৪৮ ৩৮ ২৮ ১৮ ৫৮
তাও ৫৯ ৪৯ ৩৯ ২৯ ১৯
কা ৬০ ৫০ ৪০ ৩০ ২০ ১০