এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নম্বৰ। | ৰজাগনৰ নাম। | ৰাজত্ব প্ৰাপ্তেৰ চন | ভোগৰ সংখ্যা | ||
---|---|---|---|---|---|
লাকনি। | মোতাবেক সঁক | ইংৰেজি চন | |||
১৩ | ততপুত্ৰ চুপিমফা | ৪ মুঙ্গকেও | ১৪১৫ | ১৪৯৩ | ৪ |
১৪ | ১ ততপুত্ৰ চুহুনমুঙ্গ ওৰফে স্বৰ্গনাৰায়ণ দিহিঙ্গিয়া ৰজা | ৪ ৰুঙ্গমাও | ১৪১৯ | ১৪৯৭ | ৪২ |
১৫ | ৪ ততপুত্ৰ চুক্লেনমুঙ্গ গৰগঁয়া ৰজা | ৫ কাৰাও | ১৪৬১ | ১৫৩৯ | ১৩ |
১৬ | ততপুত্ৰ চুখামফা খোৰা ৰজা | ৫ ৰাইমিত | ১৪৭৪ | ১৫৫২ | ৫৯ |
১৭ | ততপুত্ৰ চুচেঙ্গফা ওঃ বুধি স্বৰ্গনাৰায়ন ওঃ প্ৰতাপসিংহ | ৬ ডাপৰাও | ১৫৩৩ | ১৬১১ | ৩৮ |
১৮ | ততপুত্ৰ চুৰমফা ওৰফে ভগাৰজা | ৬ কাকেও | ১৫৭১ | ১৬৪৯ | ৩ |
১৯ | ততপুত্ৰ চুত্যিঙ্গফা ওৰফে নৰিয়া ৰজা | ৭ ৰাইঙ্গি | ১৫৭৪ | ১৬৫২ | ২ |