পৃষ্ঠা:Assam Buranji.djvu/১১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১২
আসাম দেসৰ পুৰ্বিয় ৰজাগণৰ নামাৱলি ফৰ্ড


নম্বৰ। ৰজাগনৰ নাম ৰাজত্ব প্ৰাপ্তেৰ সন ভোগৰ সংখ্যা
লাক্নি মোতাবেক সংখ্যা ইংৰেজি সন
সৌমাৰ দেশলৈ প্ৰথমে অহা চুকাফা ৰজা ১ কাপত্যেও ১১৫১ ১২২৯ ৩৯-৪-১৫
ততপুত্ৰ চুতেওফা ১ কামাও ১১৯০ ১২৬৮ ১৩
ততপুত্ৰ চুবিনফা ১ ডাপমাও ১২০৩ ১২৮১ ১২
ততপুত্ৰ চুখ্ৰাঙ্গফা ২ মুঙ্গমাও ১২১৫ ১২৯৩ ৩৯
ততপুত্ৰ চুখাঙ্গফা ২ ৰাইচিঙ্গা ১২৫৪ ১৩৩২ ৩২
তদভাত্ৰি চুতুফা ৩ প্লেকঙ্গি ১২৬৮ ১৩৬৪ ১২
অৰাজক ৩ খুতঙ্গি ১২৯৮ ১৩৭৬
তদভাত্ৰি ত্যাওখামথি ৩ কাপচিঙ্গা ১৩৮০ ১৩৮ও
অৰাজক ৩ কামাও ১৩১১ ১৩৮৯
ততপুত্ৰ চুডাঙ্গফা ওৰফে বামুণিকোঁঅৰ ৩ তাওত্যেও ১৩২০ ১৩৯৮
ততপুত্ৰ চুজাঙ্গফা ৩ কজৰাও ১৩২৯ ১৪০৭ ১৫
১০ ততপুত্ৰ চুফকফা ৪ ৰাইত্যেও ১৩৪৪ ১৪২২ ১৭
১১ ততপুত্ৰ চুচেনফা ৪ কাচেও ১৩৬১ ১৪৩৯ ৪৯
১২ ততপুত্ৰ চুহেনফা ৪ তাওচিঙ্গা ১৪১০ ১৪৮৮