পৃষ্ঠা:Assam Buranji.djvu/১১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৭

চিপ চঙ্গ ১২, এই বাৰ মাহেৰে বচৰ হই, এনে ৬০ বচৰে তাওচিঙ্গাটো হই।

 প্রতি তাওচিঙ্গাৰ বচৰবােৰৰ নাম। কাপত্যেও ১, ডাপপ্লাও ২, ইঙ্গিত ৩, মুঙ্গমাও ৪, প্লেকচি ৫, কাতচেও ৬, খুতচিঙ্গা ৭, কঙ্গত ৮, তাওচান ৯, কাবাও ১৩, কাপমিত ১১, ডাপকেও ১২, ৰাইত্যেও ১৩, মুঙ্গপ্লাও ১৪, প্লেকঙ্গি ১৫, কাতমাও ১৬, খুতচি ১৭, কঙ্গচেও ১৮, তাওচিঙ্গা ১৯, কামুত ২০, কাপচান ২১, ডাপবাও ২২, ৰাইমিত ২৩, মুঙ্গকেও ২৪, প্লেকত্যেও ২৫, কাতপ্লাও ২৬, খুতঙ্গি ২৭, ৰুঙ্গমাও ২৮, তাওচি ২৯, কাচেও ৩০, কাপচিঙ্গা ৩১, ডাপমুত ৩২, ৰাইচান ৩৩, মুঙ্গও ৩৪, প্লেকমিত ৩৫, কাতকেও ৩৬, খুতত্যেও ৩৭, ৰুঙ্গপ্লাও ৩৮, তাওঙ্গি ৩৯, কামাও ৪০, কাপচি ৪১, ডাপচেও ৪২, বাইচিঙ্গা ৪৩, মুঙ্গমুত ৪৪, প্লেকচান ৪৫, কাতৰাও ৪৬, খুতমিত ৪৭, ৰুঙ্গকেও ৪৮, তাওত্যেও ৪৯, কাপ্লাও ৫০, কাপঙ্গি ৫১, ডাপমাও ৫২, ৰাইচি ৫৩, মুঙ্গচেও ৫৪, প্লেক- চিঙ্গা ৫৫, কাততমু ৫৬, খুতচান ৫৭, ৰুঙ্গৰাও ৫৮, তাওমিত ৫৯, কাকেও ৬০, এই তিনি কুৰি বচৰেই এক তাওচিঙ্গা জাই। পুনৰ বাৰ কাপত্যেও নামক বচৰকে আদি কৰি আকও তিনি কুৰি বছৰিয়াকৈ তাওচিঙ্গা লেখে।

 এই লেখৰেইহে খুনলুঙ্গ খুনলাই স্বৰ্গৰ পৰা নামি অহাৰে