পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Jetz কতো মামা থুড়া ভাই পিতামহ ভৰ্তিজাই দেখি দেহ! নসহয় শোকে। ৰথখান পালটাওঁ জ্ঞাতিবৰ্গে শাপিবেক মোকে॥১৯৯৩২ অৰ্জ্জুনৰ শুনি বাণী উত্তৰেও অনুমানি বায়ুবেগে ডাকিলে ৰথক। ৰথৰ কিঙ্কিণী ধ্বনি অৰ্জ্জনে আশ্বাস বুলি পুনৰপি লাগিল উচঙ্ক॥ তথাপি তিনিৰ ডৰ সৈন্যক কৰিলে সবে থিৰ। গিয়াতিবৰ্গক সবে বিনয় প্ৰকাৰে নতি কৰ্ণ দুৰ্য্যোধন শকুনিৰ॥ ১৯৯৩৩, সম্ভাষণ কৰি আসে। বিচিত্ৰ শৰক হানি প্ৰদক্ষিণ কৰিল৷ অৰ্জ্জুনে। প্ৰণামিলা সবাৰো কাহাকে৷ সাদৰ ভাৱে চকিত কৌৰৱে শুনি দক্ষিণ হাতক তুলি আশেষ বুলিলা সকণে॥ আনো সব বন্ধু যত ভীষ্ম গুৰু দ্ৰোণক যে আৰো ৰূপ অশ্বত্থামা আনো কৃষ্ণ বৃদ্ধ মান্য যত। দণ্ড দুইৰ পথ পাচে মুগুচিল হৃদয়ৰ অৱনত ভাৱে গৈয়া উলটি আসন্তে পাচে কৰিলা অনেক স্তুতি ধনুৰ টঙ্কাৰ কৰি কাহাকে৷ প্ৰশংসা কৰি হাসি। শ্ৰেষ্ঠ গৰিষ্ঠ মানি পাৰত॥ ১৯৯৩৪ বচন যে অমৃত বৰিধি॥ নয়ন আনন্দে চায়া সবাৰো তুষিল মন কুটুম্বৰ বাৰ্ত্তা পুছি নিষ্টি। আগবঢ়াই থৈল নিয়া দুৰ্য্যোধন নৃপতিৰ শৰে হানি কাটিল৷ কিৰীটি॥ ১৯৯৩৫ মহাভাৰত পুৰিলন্ত সাতো স্বৰ্গ কৌৰৱৰ জন্মিল তৰাস। বোলে ধনঞ্জয় বীৰ পাচে তোৰ চিত্তিবো বিনাশ। ফিীটি ছিঙিল ৰাজা সম্প্ৰতি নগৰে যাস মুণ্ড লই পলাই যাই বোলৈ বৰ মিলিল অকাৰ্য্য। দেখি বঙ্গে ভঙ্গি-ভাৱে ভাবুকি আটাস ৰাৱে অৰ্জ্জুনৰ নাচৈ কপিধ্বজ॥ ১৯৯৩৬ আকাশত থাকি আসি দেৱগণে যুদ্ধ চাই সবে বৰ ভৈলন্ত সন্তোষ। অৰ্জ্জুনৰ উপৰত কৌতুকে গৈলন্ত দিশাদিশ॥ কামৰূপে অগ্ৰগণি গুণৰম্ভ পুণ্যৰম্ভ গোপালৰ চৰণ সেৱন্ত। কায়স্থ কুমুদ বন পুষ্পবৃষ্টি কৰি তৈতে যাৰ যশ জগতে কম্ভ। ১৯৯৩৭ কৌঠ কায়স্থ বংশত তাহান থানত ৰঙ্গে শ্ৰীযশাচন্দ্ৰ খানি তেহে৷ ভৈলা পালিত বান্ধৱ। উদাৰ গম্ভীৰ সন্ত শুনিয়োক নৰলোক কীৰাটে আপাতে ছন্ন জয় জয় শ্ৰীমন্ত মাধৱ। আসি জন্ম লভিলস্ত বিৰচিল৷ ভাৰত পয়াৰ। কায়স্থ কংসাৰি কৰি সবাৰ মুকুতি হোক হৰিকৃষ্ণ বোল৷ একবাৰ॥ ১৯৯৩৮ পাণ্ডৱসকলৰ লগত বিৰাট ৰজাৰ পৰিচয় আৰু অভিমত্যু কুমাৰৰ বিবাহ PIF বৈশম্পায়ন বদতি শুনিয়ে! জন্মেজয়। কৌৰৱত ৰণ জিনি পাণ্ডুৰ তনয়॥ উত্তৰ সহিতে পাল লৈল ওলটাই। চেথুৰে পালৰ বৎস ঊৰ্দ্ধমুখে যাই॥ ১৯৯৩৯ ষাঠি যে হাজাৰ গৰু চলৈ একযুথে। প্ৰমত্ত বৃষৰ নাদ শুনিয়া বহুতে কলী যে কামলী বগী চিত্ৰী পালী। কপিলী ৰাঙ্গলী বগী চন্দ্ৰৰী কাঞ্জলী। ১৯৯৪ শস্যপূৰ্ণ ভূমি বৰ্ণ সবে হৃষ্ট পুষ্ট। পাল দেখি ধনঞ্জয় ভৈল বৰ তুষ্ট॥ উত্তৰে সহিতে দুয়ে| যাহস্তে ৰখত। পুনৰপি সত্যক কৰাইয়া বুলিলন্ত। ১৯৯৪১