নকৰ| ফৰিঙ্গ গৰু লই অৰ্জ্জুন যাওক ॥
পাবি সহ যুদ্ধ খানিতেক ৰহ পাণ্ডৱে নেবিবে ৰাজ্য ।
বিমৰিষি গই পাত্ৰগণ সমে যত লাগে মানে সাজ ॥ ১৯৯২৪
তেহ্ৰুয় বৎসৰ উদ্বাস পাণ্ডৱ সেই হুইবে তোৰ বাঘ।
খেদি যাইবে তোৰ নলাগৈ দূৰক অৰ্জ্জুনক পাইবি লাগ ॥
ভীষ্মৰ বচন শুনি দুৰ্য্যোধন নিদ্দিলে কিছে| সিদ্ধান্ত ।
কৰ্ণক যে চাই জানি অভিপ্ৰায় লাজে চপৰাইল| মাথ ॥ ১৯৯২৫
পাত্ৰগণে যুজি বলাবল বুজি বুলিল সবে ৰাজাত!
অঙ্থুন অগ্নিক নোজোকাইব| আৰ ক্ষম| কৰ| নৰনাথ ॥
অসংখ্যাত সেনা বণত পৰিল পলাইল কতো দূৰক।
পুনৰপি যুজি সবাকে! নমাৰা চল| যাওঁ নগৰক ৷৷ ১৯৯২৬
থাক! পিতামহ আমি খেদি যাওঁ
লোকে হাপিৰেক শুনি ॥১৯৯২৭ এহি বল দৰ্প কহিত আছিল এৰ! মিছা ফটাইটাই | নাহি তোম লাগ পৰি ‘সামৰাজ আছে হৰকৰহি য়
কতে| মুহ মান সবে উত্তৰক্ গুৰু গৌৰৱত য্নবে
১৯১
গুৰু দ্ৰোণে হিত আশেষ বুলিল নুশুনিলি বচনক। তথাপি অনেক সেনাক মৰাইলি
যুদ্ধ কৰি অৰ্্ৰুনক ৷৷ ১৯৯২৮
থিণেসে সবাক নমাৰি গৈলেক মুগু লই দেৱ পূজ ।
এতে| হেন কৰ মিছাত নমৰ অৰ্জ্জুনক এৰ যুজ ॥
তই হেন এক _ লক্ষ অৰ্জ্জুনক যুদ্দিয়া কৰিবি কিক ।
তুমি আমি সমে সবে জৰ্জ্জৰিত
নচলৈ পাৱ আগক ॥ ১৯৯২৯
আউৰ কোন বীৰে যুজিবেক ঘোৰ যমকাল অঙ্্ছুনক ।
হেন জানি ৰাজ! ৰাখিয়া তই মানক ৷৷
ভীগ্মৰ বচন সুনি বাজ বোলে বুজিয়ে| সবাৰে আশ ।
মনত আমহুখে লাজে অধোমুখে তেজিল হুম মিশ্বাস ৷ ১৯৯৩০
আপুনিয়ে যুজি অৰ্জ্জুনক হন্তে পাইব| বৰ পৰাভৱ।
নিশানত কোবে সৈন্য পালটাই চলিল| ৰাজ! কোঁৰৱ |
বৰ লাজ পাইল৷ যুদ্ধে নোৱাৰিল! মনে বৰ অপমানে ।
চলে নগৰক ৰাজা জুধ্যোধন সঙ্গে যত বীষমানে ॥ ১৯৯৩১ কুফষীৰগণক অঙ্ষুনৰ সন্থান
ছবি কুক্বল যাই ঘেনে
|| মিট চিন্তিলে৷ ধষ্ঠ ঘোৰ যুদ্ধ তোহোৰ ক্লাৰ্বণে ॥
চল নগৰফ