পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬৪৬ অতি তীক্ষ্ণ তিনি বাণে দুঃশাসনক যে টানে কৰ্ণক ভেদিল শৰ নৱৈ 1 যেন মেৰু পৰ্ববতৰ কৰ্ণৰো গাৱত তেজ বৱৈ॥ ১৯৮৫০ আনো যত বীগণ সবাকে অৰ্জ্জনে আৰ আগে পাচে আছিল যতেক। অৰ্জ্জুনৰ বজ্ৰ সম জৰ্জ্জৰিত হুয়৷ সবে গাৱে গাৱে পঞ্চাশ শতেক্॥ শ্ৰুতি বুদ্ধি নাই গাৱে যেন মহা মেঘখণ্ড নৱ ধাৰা গেৰু ঝৰৈ আকাশতে থাকি সবে ৰথ ৰক্ষা কৌৰৱৰ নমো নমো নাৰায়ণ সাতো বীৰ পলাইল উলটি॥ ১৯৮৫১ শৰে হানি ভেদিলন্ত কৃষ্ণৰ চৰণ সেৱি প্ৰচণ্ড বিষাল শৰে ফুটি। পলাইল কটক সবে ভঙ্গে। - ৰণ এৰি একেবাৰে মহাভাৰত অৰ্জ্জুনক প্ৰশংসন্ত ৰঙ্গে॥ পচোৱ৷ বতাস লাগি ভাৰত শুনিয়ো মন কৰি। ইন্দ্ৰ আদি দেৱগণে ভৱবন্ধ বিমোচন নিৰন্তৰে বোলা ৰাম হৰি॥ ১৯৮৫২ ৰচিলা কংসাৰি কৰি ভীষ্মাদিৰ সৈতে অৰ্জুনৰ যুদ্ধ আৰু অৰ্জুনৰ দ্বাৰা নিদ্ৰাবাণ ক্ষেপণ বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ। দ্ৰোণ প্ৰতিমুখে ভঙ্গ দেখি কৌৰৱৰ। আগবাঢ়ি ভীষ্মে আসি ধাইল৷ অৰ্জ্জনক। কোপে দণ্ড ধৰি যেন যম কালান্তৰ্ক॥ ১৯৮৫৩ শত্ৰুচাপ সম ধহু কৰিয়া টঙ্কাৰ। মেঘৰ গৰ্জ্জন যেন শুনি চমৎকাৰ | পাচ হুই ৰথ ৰাখি দুৰ্য্যোধন ৰাজা। বোলে চেৱটিয়া সবে উলটাও প্ৰজা॥ ১৯৮৫৪ বিদূৰতে ভীষ্মে আসি দেখি অৰ্জ্জুনক। আঠ শৰে ভেদিলন্ত বানধ্বজক॥ I কুৰি শৰে অৰ্জ্জুনৰ ভেদিলা হৃদয়। দেখি কুৰুবলে সবে বোলে জয় জয়। ১৯৮৫৫ জ্বলিলা অৰ্জ্জন বীৰ অগ্নি সম বৰ। ভীষ্মক শতেক শৰে ভেদিল পাঞ্জৰ॥ দশ শৰে ৰথৰ ভেদিলা ধ্বঙ্গ গোট। সাৰথিকে৷ সাত শৰে বিন্ধে বৰ চোট॥ ১৯৮৫৬ বানৰৰ ধ্বজ গোটে ফুৰাই লাঞ্জ তাৰ। ভীষ্মৰ ধ্বজক চাই গৰ্জ্জিল৷ আপাৰ। পাচে দিব্য অস্ত্ৰ যুদ্ধ ভৈল দুই হস্তৰ। I অন্তৰি কৌৰৱী সেনা চাহৱে সমৰ। ১৯৮৫৭ দুয়ো মহ৷ বলৱন্ত বীৰ ধনুৰ্দ্ধৰ। দুয়ে৷ মহ৷ পৰাক্ৰমী ইন্দ্ৰ সমসৰ॥ দুয়ো মহ৷ বলৱন্ত সমৰে নিপুণ। কুৰুবেশে ভীষ্ম বৃদ্ধ তৰুণ অৰ্জ্জুন॥ ১৯৮৫৮ চাহিবে নোৱাৰি দুইকে৷ দেখি বিপৰীত। যুগান্ত কালত যেন দুগোটা আদিত্য | পৃথিৱী মণ্ডলে দুইকো নাহি পটন্তৰ। অদভুত যুদ্ধ দুইৰে৷ ভৈল ভয়ঙ্কৰ॥ ৮৫৯ যেন যুদ্ধ ভৈল পূৰ্ব্বে বলি বাসৱৰ। অন্ধাহুৰে সমে যেন যুঞ্জিলা শঙ্কৰ। ৰাম ৰাৱণৰ যেন মিলিল সমৰ। সেহিমত i ভৈল ভীষ্ম অৰ্জ্জুনৰ॥ ১৯৮৬০ ইন্দ্ৰ যম কুবেৰ বায়ব্য দিব্য অস্ত্ৰ। অগনি বণ বাণ দুইহস্তে৷ মৰিস্ত॥ দুইকে৷ দুই ব্ৰহ্ম অস্ত্ৰ কৰন্ত প্ৰহাৰ। প্ৰলয়ৰ অগ্নি সম দেখি চমৎকাৰ। ১৯৮৬১ নিৰ্ঘাত শব্দ সম শুনি ধনে ঘন। সচকিত জীৱজ্য কাম্পৈ ত্ৰিভুৱন। খলকিল নদী নদ গিখি সব লৰি। ভয়ে সৰ্পে দশে কুৰি ভৈল জৰাজৰি॥ ১৯৮৬২ পলাই পশু পক্ষী বন ছাৰিয়! পৰ্ব্বত। ডৰৈ জলজন্তু পশৈ গহীন জলত॥ অস্ত্ৰে শস্ত্ৰে দুইহস্তক নিবাৰম্ভ দুই। আকাশে পৰশে গৈয়া অগ্নি বাজ হুই। ১৯৮৬৩