পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

3038 ভীমৰ হাতত সুদৰ্ম্মাৰ পৰাজয় ছবি শ্ৰীমন্ত গাভৰুখ। আৰে৷ ভাতৃ যতেক সোদৰ। তাহানে বচন শুনি যুধিষ্ঠিৰে মৎস্যৰাজা লিখিল৷ কায়স্থ পুথি পীতাম্বৰ ভীমে তাক মাৰি ধৰি পিঠিহাতে বান্ধি জৰি গলত ডাকুৰ গোট দিয়া বানৰ গোটক যেন চৱৰৰ চোটে তাৰ আগটে ভেটাইলা ৰঙ্গে নিয়া॥ ১৯৪১০ সহ পুত্ৰে জয়যুতা ধূলিয়ে ধূসৰ কেশ নাকৰ মুখৰ গৈল ছাল। আতি মুগ্ধভাৱে পাচে আপুনাৰ ৰঙ্গে যেন ভিণ্ডাকাৰ ভৈল দুয়োগাল দুইহান্ত আছন্ত যৈত ধৰ্ম্মৰ বচনে হাসি কটিত কাচুটি লোট জোট। মহাভাৰত গলত জিজিবি গাছ। দুই চক্ষু লুকাইলেক তেৱে তোৰ কন্ধ ৰাখি আজোৰাতে গৈল কেশ ধৰ্ম্ম পুৰুষৰ তাক হাসি হাসি বুলিলা ভীমক। মেলি পঠায়োক বাপু বিকৰ্থনা এৰা পাপিষ্ঠক॥ ধৰ্ম্মেৰো ষোলম্ভ বাপু বান্ধি ধৰি মাৰি আমি ৰাজাত যোগাইলা চোৰ গোট॥ ১৯৪১১! দায়৷ উপজিল দেখি শুন শুন নৃপতিত্ৰিগৰ্ভ। আপুন ৰাজ্যক যাউক ভীমে তাক বুলিলস্ত পঠাই দেওঁ স্বৰূপত সত্য ঝৰ সবাৰ আগত॥ ১৯৪১২ ৰণে জিনি আজি তোক এহি বুলি মেলি দেওঁ ক্ষত্ৰিয়ৰ তেনয় উচিত। যাৱে চন্দ্ৰ দিবাকৰে কীৰিতি থাকোক তই জীৱ মানে ভৈলি মোৰ ভৃত্য॥ I মৃতকক কদৰ্থিয়া আপুনাৰ ৰাখা কোন যশ। i সীমাবৈৰ পিতৃবৈৰ সমানত সদৃশ বয়স॥ ১৯৪১৩ ৰাজ৷ ৰাজা দুইক দুই আমাৰ এতেক কোন কাজ। আন ক্ষণে হেন কৰ্ম্ম বিপাঙ্গে পৰিল আসি ক্ষমা কৰা বাপু আক প্ৰাণ ৰাখি যাউক নিজ ৰাজ # মৎস্যৰাজ৷ পাৱে পৰি যদি কৰ জীৱনক আশ। যুধিষ্ঠিৰ নৃপতিৰ নমস্কাৰ কৰি বোলে আজি ধৰি ভৈলে৷ তযু দাস॥ ১৯৪১৪ সদয় বচনে তাক উঠিল ত্ৰিগৰ্ত্ত ৰায় ভীমে মেলিলন্ত বাদ্ধ কাটি। শোকে দহে বহ্নিকুণ্ড নমস্কাৰ কৰি মৎস্য গাৱৰ জোঙ্কাৰি ধূলি মাটি॥ ক্ষমা কৰা ভৈলো স্ত্ৰীবৈৰ নহে তোৰ লাজে যেন যায় প্ৰাণ সৰ্ব্বকালে যুদ্ধ হুই ভেজিলেক দীৰ্ঘ যে নিশ্বাস। হে মহা পৰতিৱে জয় নমো গোবিন্দ নকৰিবি শৰ্ম্মায়ো ব্ৰহ্ম৷ আদি হুৰ ইন্দ্ৰ মৎস্যৰাজ৷ কৰিলন্ত ক্ষমা। তাহান চৰণ সেবি পঙ্কৰ পশুৰ প্ৰায় মই পতিতক প্ৰতি লাজে ভৈল হেঠ মুগু বণ হাৰি গৈলেক হুঁশৰ্ম্মা মৎস্যৰাজা পাণ্ডৱক ৰাজাক বোলয় প্ৰভু তযু দাস॥ ১৯৪১৫ নাহিকে চেতন জ্ঞান ভকত অভয় জনাৰ্দ্দন। ঢাক ঢোল শঙ্খ ভে প্ৰাণ ৰাখি ভূমিপাৱে যাহাক সেৱন্ত যোগীগণ॥ ১৯৪১৬ দুখানি পদাৰবিন্দ জয় পদ বিৰাউপবৰ্বৰ। সাধু মুনিগণ সিন্ধ ৰচিল৷ কংসাৰি কৰি কৰিয়োক তোমাৰ কিঙ্কৰ॥ প্ৰসন্ন হুয়োক প্ৰস্তু অনেক প্ৰসাদ দিল। দোলা ঘোঁৰা বস্ত্ৰ অলঙ্কাৰ 1 মৃদঙ্গ কাহালি ৰাহৈ জয় জয় শুনিয়া জোকাৰ। ১৯৪১৭