পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৯৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

3800 কধিৰে লিপিত গাৰ বস্ত্ৰ ভৈলা উদি। যুদ্ধ এৰি বীৰসবে ৰৈলা চক্ষু মুদি॥ ২১৪৯৬ যেহি ভিতি ষান্ত বৃকোদৰ মহাবলী। ৰাজা প্ৰজা বীৰ্ষণ পেলাইলা নিদলি॥ ৰথভঙ্গে দুৰ্য্যোধন পলাইলা লৱৰি। চক্ষু মুদি ৰহিল৷ সৈন্যৰ মাজে পৰি॥ ২১৪৯৭ ভগদত্ত ৰাজাক অৰ্জ্জুনে লাগ পাই। ৰথহস্তে ভূমিত পেলাইলা বগৰাই পৰন্তে নৃপতি গৈয়া নপাইলেক মাটি 1 অৰ্জ্জুনৰ শৰে চূড়ামণি নিল৷ কাটি। ২১৪৯৮ ৰথখান ফুৰে দেখি মণ্ডল আকাৰে। ভীমসেনে উৰুৱাইলা গদাৰ প্ৰহাৰে। বায়ুমণ্ডলৰ মাজে ভ্ৰমে ৰথখান। অ্যাপি দেখিয়ে৷ ৰাজা নুহি অপ্ৰমাণ॥ ২১৪৯৯ সিংহনাদ কৰি ভীমে তেজিলে আটাস। কৌৰৱী সেনাৰ মাজে লাগিল তৰাস॥ কতোহে৷ পলাইলা কতো ৰৈল৷ ঠাই ঠাই। কণে হাত দিয়৷ কতো বনত লুকাই। ২১৫০০ ভগদত্ত ৰাজাক নেদেখি সমৰত। কৌৰৱ ৰাজাৰ বৰ বিষাদ মনত॥ সব সৈন্য পলাই যায় ভীমৰ ভয়তে। দুৰ্য্যোধনে বিচাৰি ফুৰয় সমস্ততে॥ ২১৫০১ সবেয়ো কহয় ভীমে ৰথ উৰুৱাইলা। অৰ্জ্জুনৰ শৰে নৃপতিক বেলেগাইলা | একো থানে বিচাৰি নপায়া দুৰ্য্যোধনে। শোক মোহ হুয়৷ ৰাজা গুণে মনে মনে॥ ৫০২ সঞ্জয়ত পুছে ধৃতৰাষ্ট্ৰ নৰেশ্বৰ। পাচে কি কৰিল৷ দুৰ্য্যোধন বীৰবৰ ভগদত্ত অবিহনে দুৰ্য্যোধন ৰায়। কিবা যুদ্ধ কৰে কিবা উলটি পলায়। ২১৫০৩ সঞ্জয় বোলন্ত ৰাজা শুনা একমনে। জোণত শৰণ পশিলেক দুৰ্য্যোধনে। ৰক্ষা কৰা গুৰু দ্ৰোণ সঙ্কটৰ বেলা। আগবাঢ়ি যুক্তিৱোৰ নকৰিয়ো হেলা॥ ২১৫০৪ ৰাজাৰ বচনে দ্ৰোণ উঠিল মুদ্ধক। তিনিগোটা শৰ প্ৰহাৰিলা অৰ্জ্জুনক এক শৰ অৰ্জ্জুনৰ হিয়াত পৰিলা। পিঠি ভাগে পাচ হুয়া পাতালে পশিলা॥ ২১৫০৫ দুই শৰে ললাটত বিন্ধিল৷ সন্ধানে। থমকি ৰহিলা বীৰ খানিতেক মানে! সন্ধুক্ষণ হুয়া পাচে বীৰ ধনঞ্জয়। নৱ শৰে ভেদিলেক জোণৰ হৃদয়॥ ২১৫০৬ মূৰ্চ্ছাগত ভৈলা দ্ৰোণ ৰথৰ উপৰে। জুনাই অৰ্জ্জুনক ভেদিলেক দশ শৰে॥ দেখি ক্ৰোধে জ্বলিলেক বীৰ সৰ্যসাচী। তূণ হন্তে কুৰিগোটা শৰ লৈলা বাছি॥ ২১৫০৭ ধনুৰ গুণত জুৰি সন্ধানে হানিলা। সম্পৰীৰে ফুটি শৰে বিস্ময় মানিলা॥ হাউৰে অৰ্জ্জুন তোৰ গহ এতমান। এহি বুলি হানিলেক এক শত বাণ। ২১৫৮ সৰ্পমুখ বিপাট নৰাচ বংশদন্ত। ক্ষুৰ ভল্ল কণিয়ালি বিস্তৰ হানস্ত॥ দ্ৰোণশৰে বিশ্ৰাম মুহিকে অৰ্জ্জুনৰ। অৰ্জ্জুনৰ শৰে স্বস্থ নাহিকে দ্ৰোণৰ। ২১৫০৯ ৰুধিৰে লিপিত ভৈল৷ দুইৰো কলেৱৰ। ফুলিল পলাশ যেন বসন্ত কালৰ হেন দেখি অৰ্জ্জুনৰ নমহিলা তন্ম। ক্ৰোধানলে জ্বলি গৈলা তুলি লৈনা বহু॥ ২১৫১০ ৰথধ্বঙ্গ সাৰথিক ভেদি এক শৰে। ধেলুখান ছেদিলেক পাণ্ডুৰ কুমাৰে॥ আৰো কুৰি শৰে হৃদয়ত পীড়া বৰ। ৰণ এৰি গুৰু প্ৰোণে দিলেক লৱম। ২১৫১১ কৃষ্ণৰ ভাগিন অৰ্জুনৰ প্ৰিৱস্থত। অভিমস্যু বিবাশিলা কটৰ বহুত॥ লৱৰস্তে খেদি আসি ৰীৰ বুকেলিখে। ভীষ্মৰ ৰথক তুলি ধৰিলা উপৰে॥ ২১৫১২ আচাৰি পেলাইলা কতোদূৰে বগৰাই। জাম্প দিয়া ভীষ্ম শাবি ছাগ পাই।