পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এৰিলোহে সেনাপতি তোক এতিক্ষণে। খেদ খেদ বুলি আদেশিলা দুৰ্যোধনে॥ ২১৩০৫ সব লৈ অন্তৰিল ৰৈল একেশ্বৰ। অশ্বত্থামা গুণিলেক সভাৰ ভিতৰ পৰম বিষাদ দুৰ্য্যোধনৰ মনত। বীগণ লৈয়া গৈলা ভীষ্মৰ বহুত॥ ২১৩০৬ সেনাপতি তাহাক বলি সমদলে। যুদ্ধৰ নিয়ম ভীষ্ম কহিল৷ সকলে | যেৱে কৃষ্ণ ধনঞ্জয় সত্বৰ গমনে। হয়ো হস্তে প্ৰণামিলা ৰাজাৰ চৰণে ২১৩০৭ নৃপতি বোলন্ত বাপু সত্বৰে আসিলা। কুৰু নৃপতিৰ আগে কিবা সম্ভাষিলা॥ কি কৰন্ত ভীষ্ম দ্ৰোণ কৰ্ণ দুৰ্য্যোধন। শাল্ব শল্য সুদক্ষিণ স্থল নন্দন॥ ২১৩০৮ অশ্বত্থাম৷ সেনাপতি কুশলে আছয়। আমাক যুক্তিবে কিবা আলচ কয়। তুমিসব সযে কিবা ভৈল সম্ভাষণ। সত্বৰে কহিয়ো তাক নাথ নাৰায়ণ॥ ২১৩০৯ মাধৱ বদতি দদা পৰিহৰা খেদ। দুৰ্য্যোধন এৰে তান মন কৈলো ভেদ। অপ্ৰস্তুত কৈলো তাক ওচৰৰ ব্যক্তি। আমি উঠি আসিলো বিস্ময় ভৈলা আতি। ১০ আৰ চিৰঞ্জীৱৰ নকৰা তুমি ভয়। অবিলম্বে সমৰ তিনিৰ ধনঞ্জয় | এবং অপমান কুদ্ধ মোৰ বোল ধৰা। বীগণ সমে মুখে জয়ধ্বনি কৰা॥ ২১৩১১ কৃষ্ণৰ চৰে ৰাজা হৰিষ লভিলা। সমাজ বিসজি জয় উচ্চাৰ। শুনা নৰনাৰী হবি চৰিত্ৰ উত্তম। ভকত বৎসল নাহি দুষ্টক দণ্ডিৰে প্ৰতি ৰাখিয়া সন্তুক। আপুনি উপায় কৰি নিজ কেমনে বুঝিয়ে পানি ঈ ৰথৰ সাৰধি হই | ১৩১২ মোক কৃপা কথা হৰি ধৰে৷ চৰণত। বোলা ৰাম ৰাম সভাসদ লোক যত। ২১৩১৪ ঋষিয়ে বোলন্ত কা ভীমৰ স্বপ্নদৰ্শ পাচে যুধিষ্ঠিৰে যি কৰিলা। পাঞ্চ ভাই জিমে ভিন্নে শুতিলেক থানে খানে দ্ৰৌপদীয়ো শয়ন কৰিল৷॥ ২১৩১৫ বিষল ভৈলেক ৰাতি মিলিল ভাৰত বৰ্ণ নিশৱদ সবে ৰীগণ। সবে যদি নিদ্ৰা গৈলা বৃকোদবে দেখিল৷ সপোন॥ ২১৩১৬ আইলা সবে দেৱগণ দুন্দুভি শব্দ শুনি বহু। কাহাকো নমাতি গৈল্প৷ বৃক্ষৰ জগত চৰি হাতে শৰ ধৰ্ম্ম লৈয়া ভীমসেনে তৈকে দিলা লৰ॥ ২১৩১৭ দেখে ভীমে নেব্ৰুগুৰি বেঢ়ি আছে দিব্য নাৰী শুনিয়োক মহাৰাজ দ্ৰৌপদী আছয় সেহি থানে। জয় জয় ভগৱতী নাহি কাৰে৷ মাতামাতি উপাস! কৰম্ভ খানে খানে॥ ২১৩১৮ কাত্যায়নী যাৱতী লুৰাহুৰে কৰে সেৱ জগত জননী মহামায়া। পাওৱে তোমাক পাই ভাৰ্য্যা বুলি মাতে পাঞ্চ ভাই সম কৰি সবাকে কৰিছ। তুমি দায়। ৪ ২১৩১৯ গাৱে দিব্য নেতশাৰী আমি সবে দেৱগণ পাওঙ্কৰ নিৰো ৰাজ ব্ৰহ্মা আদি যত দেৱ পবাসা বনৰ ভিত খানিকো সময় নাই। অনুপ্ত। অবাৰে ধুৱাইগা ভৰি ২১৩২০ জান কিবা যাচ্ছে প্ৰয়োজন। সিকে সলে কাজ