পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪০৬ মহাভাৰত 1 যাপি আমাৰ সম নাহিকে বুজাৰ। ↓ তথাপিতো দদ৷ মই সেৱক তোমাৰ॥ দ্ৰুপদ বিৰাট আদি আনো বীৰ্চয়। তোমাৰ নিমিত্তে দদ৷ প্ৰাণকো আৰয়॥ ২০৭৪৯ এতেকতে দদা তুমি হেলা পৰিহৰি। আপুনাৰ ৰাজ্য লৈয়ো কৌৰৱক মাৰি॥ বৈশম্পায়ন বদতি শুনিয়ে৷ জন্মেজয়। ৰাজাগণ কৃষ্ণৰ বচন শুনি ভয়॥ ২০৭৫০ ৰঙ্গ ভৈলা কৌৰৱক যুজিবাক মন। সিংহনাদ কৰিলেক সবে বীগণ॥ সহদেৱ বীৰৰ হৰিষ ভৈল মন। জানুশিৰে মাধৱৰ নমিল৷ চৰণ॥ ২০৭৫১ শুনি দ্ৰৌপদীৰ আনন্দৰ সীমা নাই। প্ৰদক্ষিণে কৃষ্ণৰ নমিল৷ দুই পাৱ॥ পাণ্ডৱৰ কথা যত এখনে আছোক। আত পৰে কৌৰৱৰ কথা শুনিয়োক॥ ২০৭৫২ ঋষিয়ে বোলন্ত কথা শুনা মন কৰি। যি বেলা আসিল৷ কৃষ্ণে কৌৰৱক এৰি॥ সি বেলাত সমস্তে কৌৰৱ ভৈলা ভয়। সভা মাজে ধৃতৰাষ্ট্ৰে বিলাপ কৰয়। ২০৭৫৩ বিছুৰ বাহলীক ৰূপ ভীষ্ম বিবিংশতি। | আসম্বাক ধৃতৰাষ্ট্ৰে অনাইলন্ত মাতি॥ শাল্ব শৈল সুদক্ষিণ ৰাজা দুৰ্য্যোধন। ধৃতৰাষ্ট্ৰ নৃপতি কৰম্ভ দুখ মন॥ ২০৭৫৪ পাণ্ডৱৰ মহিম! স্মৰম্ভে মনে ভয়। দুৰ্য্যোধন তনয়ক গৰিহা কৰয়। ইহাক স্মৰস্তে মোৰ মনে অসন্তোষ। দুৰ্য্যোধনে কৃষ্ণকে কৰিলে বৰ দ্ৰোহ॥ ২০৭৫৫ দেখিয়ে৷ বিদুৰ বাপু পাণ্ডৱ বিনীত। সৰ্ব্বকালে গুৰু গৌৰৱত বৰ হিত॥ সহিলেক কৌৰৱৰ দ্ৰোহ চিৰকাল। পাণ্ডৱৰ মহিমা কীৰ্ত্তন আৰু ধৃতৰাষ্ট্ৰৰ বিলাপ মাধৱ বদতি শুনা ৰাজা যুধিষ্ঠিৰ। মহা বলৱন্ত দেখো তযু যত বীৰ ঘোৰ ৰণে ইন্দ্ৰকো জিনিছে বাৰম্বাৰ। হেনয় অৰ্জুন দদা সহায় তোমাৰ॥ ২০৭৪১ দাৰুণ যুদ্ধত যাক হৰে প্ৰশংসিল। যাক দশ দিগপালে নিজ অস্ত্ৰ দিল | যিটো বীৰে পাশুপতি অস্ত্ৰ আছে পাই। হেন ধনঞ্জয় দদা তোমাৰ সহায়॥ ২0742 যিটো বীৰ প্ৰচণ্ড দাৰুণ বৃকোদৰ। মহাক্ৰোধ নিৰ্দয়ত যম পটন্তৰ॥ পৰ্ব্বত বিহৰে যাৰ পাৱৰ প্ৰহাৰে। যাহাৰ প্ৰচণ্ড গতি পৃথিৱী নধৰে॥ ২০৭৪৩ সমৰত হস্তীয়ে ঘোটকে দলি যাৰ। হেন বৃকোদৰ দদ৷ সহায় তোমাৰ॥ নকুল সহদেৱ দুই দাঙ্কণ শকতি। যাক ডৰে কাম্পে দুৰ্য্যোধন নৰপতি॥ ২০৭৪৪ যাক ডৰে কু সৈন্যগণ চমৎকাৰ। হেন দুই বীৰ দদ। সহায় তোমাৰ॥ অৰ্জ্জুনৰ প্ৰিয় শিষ্য বীৰ যুযুধান এক অক্ষৌহিণী যাৰ সেনা আগুৱান॥ 20745 প্ৰিয় ভাই আমাৰ সদৃশ মোৰ গুণে। যাক যোদ্ধা বুলি লেখে ভীষ্ম দ্ৰোণ কৰ্ণে॥ বজ্ৰ সম লোহাৰ কৱচ পৰিধান। তোমাৰ নিমিত্তে দদা আৰি আছে প্ৰাণ॥'৪৬ এক শত ৰথক একলে দেই ধাৰ। হেনয় সাত্যকি দদ। সহায়- তোমাৰ। আমাকো লেখিবা দদা তোমাৰ নিমিত্তে। সাৰথি স্বৰূপে যাইবো অৰ্জ্জুনে সহিতে॥ ২০৭৪৭ বুদ্ধিবলে যিমান অবস্থা মোৰ কায়। সিমান অৱস্থাৰূপে আমিয়ো সহায়॥ মোৰ যত বল-বীৰ্য্য সবে আছা জানি। তুমি কেনে পাসৰিলা তাহাক নজানি॥ ২০৭৪৮ তভো দুৰ্য্যোধন পাপী লগাইলে ঘঞ্চাল॥ ২০৭৫৬ ক্ৰোধ বাক্যে বিষে যিকালত ষুধিষ্ঠিৰে। সমৰত কুক্কুল অৰণ্যত ঘুৰে॥