১৩৭৬
মহাভাৰত
সুঃশাসন বধুলোকে কান্দিব অনেক শোকে
কান্দিবন্ত গান্ধাৰিণী শাশু ।
তুমি পাইব| খেদি গই কাটিব৷ খড়গক লই দুঃশামন দুইখান বাহু ॥
ধৰ্ম্মৰ বচন লই কৌৰৱৰ পাশে গই সমৱস্তি কৰি দন্দ বাটা ।
তেৱে বোলে অনুৰাগে পাচে যেহি কৰ| লাগে খড়গ হানি আগে মোক ক্ষাটা ॥ ২০২৭২
এহি বুলি যাজ্ঞসেনী বৌৌীবন্ধ মেলি চুলি দুঃশাসনে ধৰি আছে যাত ।
সেহিদিন| হন্তে ধৰি বান্ধিছন্ত ভিন্ন কৰি মেলি দিল| কৃষ্ণৰ হাতত ॥
দেখ| দেখা জনাৰ্দ্দন _ কেশ ডালি বিতোপন এহি বুলি দিল| হাতে হাত।
সমজ্যাৰ মাজে যাই ভায়েকৰ বোল পাই দুঃশাসনে ধৰি আছে আত | ২০২৭৩
শোকতে বিকল ভৈল আজোৰন্তে চিণ্ডি গৈল আজিয়ো দুখাই এক ফাল ৷
সেহিদিন| হন্তে অক ভামেয়ে| দিলন্ত হাক লগত নবান্ধো৷ এত কাল ॥
যেতিক্ষণে দামোধৰ সমাজত কৌৰৱৰ সমৱন্তি কৰ| দন্দ ঘোৰ ।
সেৱকিনী মানিয়োক যদি দায়|৷ আছে মোক স্য়ৰিবা কেশ ডালি মোৰ ॥ ২০২৭৪
মাধৱেয়ে| হাত মেলি দ্ৰৌপদীৰ কেশ ডালি মেলি মেলি চাইল| ভাল কৰি।
মৃদু দীৰ্ঘ মনোৰম ময়ুৰৰ পুচ্ছ সম পটন্তৰে নাহি যাক সৰি ॥
ৰাজসূয় অভিষেক ৰাজাভাৰ্য্যা সহজেকে যাৰ খোপ| পূজিল| হৰিষে ।
মাধৱে মেলিল| যদি = দ্রৌপদীৰ কেশ ডালি সেহি জ্বাণ বহে দশোদিশে ॥ ২০২৭৫
কেশৰ স্থৰতি প্ৰাণে সমাজ আমোদ কৰে চাহি আছে নৃপতি সকলে ৷
কান্দি কান্দি যাজ্যসেসী কৃষ্ণৰ চৰণ খানি তিয়াইলন্ত নয়নৰ জলে |
বিপ্ৰমধ্যে সাৰোদ্ধাৰ কবি চুড়ামণি যাব নাম ভৈল কুল প্রকাশক ।
অদ্যাপি যশস্তা৷ বৈল = উপাসন্তে কাল গৈল ভক্তিভাৱে উী৷হৰি হৰক ৷ ২০২৭৬
তানে শ্ৰেষ্ঠ পুত্ৰ সপ্ত = গোবিন্দক উপসন্ত ভাগৱত শাস্ত্ৰে যাৰ ৰতি।
বেদ যে পুৰাগণে নকহনস্ত যাতে বিনে তান পাৱে কৰিয়া ভকতি ॥
গুণৱন্ত বংশধৰ তেহে কবি চন্দ্রবৰ সম্বন্ধত সোদৰ আমাৰ ৷
যাৰ মহ৷ কৃপালেসে = শিক্ষা উপদ্বেশ স্নেহে ইটো পদ কৰিলে| প্ৰচাৰ ॥৷ ২০২৭৭
ভাই যেন ভায়েকক পিতৃ যেন তনয়ক গুৰু যেন শিষ্যৃত বিনীত |
জনমে জনমে মই আন একো নবাঞ্চোহো
তানে ছুই পদে হৌক ৰত ৷
আমি পুন্কু হীনমতি বোলে| ৰামসৰস্বতী তুমি পুন্দু মহন্ত সকল ৷ হেন জানি নিন্দা এৰি গুন| সবে নৰনাৰী
ধ্ৰ| কৃষ্ণ চৰণ কমল | ২০২৭৮ ভাৰতৰ পদ্চয় বিৰচিলো! যেন নয়
মনোৰথ কৰয় সাফল। জানি থিৰ মনে ধৰি ৰাম বোল| উচ্চ কবি
ক্ষয় হোক পাত্তক সকল | ২০২৭৯
ভীকুফৰ দ্ৰৌপদীক প্ৰবোধ
মাধৱে বোলন্ত শুন| ভ্ৰুপদহ্থহিতা । কৌৰ্বৱক লাগি তুমি নকৰিব| চিন্ত| ॥ ২০২৮০