পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৭৬

মহাভাৰত


সুঃশাসন বধুলোকে কান্দিব অনেক শোকে

কান্দিবন্ত গান্ধাৰিণী শাশু ।

তুমি পাইব| খেদি গই কাটিব৷ খড়গক লই দুঃশামন দুইখান বাহু ॥

ধৰ্ম্মৰ বচন লই কৌৰৱৰ পাশে গই সমৱস্তি কৰি দন্দ বাটা ।

তেৱে বোলে অনুৰাগে পাচে যেহি কৰ| লাগে খড়গ হানি আগে মোক ক্ষাটা ॥ ২০২৭২

এহি বুলি যাজ্ঞসেনী বৌৌীবন্ধ মেলি চুলি দুঃশাসনে ধৰি আছে যাত ।

সেহিদিন| হন্তে ধৰি বান্ধিছন্ত ভিন্ন কৰি মেলি দিল| কৃষ্ণৰ হাতত ॥

দেখ| দেখা জনাৰ্দ্দন _ কেশ ডালি বিতোপন এহি বুলি দিল| হাতে হাত।

সমজ্যাৰ মাজে যাই ভায়েকৰ বোল পাই দুঃশাসনে ধৰি আছে আত | ২০২৭৩

শোকতে বিকল ভৈল আজোৰন্তে চিণ্ডি গৈল আজিয়ো দুখাই এক ফাল ৷

সেহিদিন| হন্তে অক ভামেয়ে| দিলন্ত হাক লগত নবান্ধো৷ এত কাল ॥

যেতিক্ষণে দামোধৰ সমাজত কৌৰৱৰ সমৱন্তি কৰ| দন্দ ঘোৰ ।

সেৱকিনী মানিয়োক যদি দায়|৷ আছে মোক স্য়ৰিবা কেশ ডালি মোৰ ॥ ২০২৭৪

মাধৱেয়ে| হাত মেলি দ্ৰৌপদীৰ কেশ ডালি মেলি মেলি চাইল| ভাল কৰি।

মৃদু দীৰ্ঘ মনোৰম ময়ুৰৰ পুচ্ছ সম পটন্তৰে নাহি যাক সৰি ॥

ৰাজসূয় অভিষেক ৰাজাভাৰ্য্যা সহজেকে যাৰ খোপ| পূজিল| হৰিষে ।

মাধৱে মেলিল| যদি = দ্রৌপদীৰ কেশ ডালি সেহি জ্বাণ বহে দশোদিশে ॥ ২০২৭৫

কেশৰ স্থৰতি প্ৰাণে সমাজ আমোদ কৰে চাহি আছে নৃপতি সকলে ৷


কান্দি কান্দি যাজ্যসেসী কৃষ্ণৰ চৰণ খানি তিয়াইলন্ত নয়নৰ জলে |

বিপ্ৰমধ্যে সাৰোদ্ধাৰ কবি চুড়ামণি যাব নাম ভৈল কুল প্রকাশক ।

অদ্যাপি যশস্তা৷ বৈল = উপাসন্তে কাল গৈল ভক্তিভাৱে উী৷হৰি হৰক ৷ ২০২৭৬

তানে শ্ৰেষ্ঠ পুত্ৰ সপ্ত = গোবিন্দক উপসন্ত ভাগৱত শাস্ত্ৰে যাৰ ৰতি।

বেদ যে পুৰাগণে নকহনস্ত যাতে বিনে তান পাৱে কৰিয়া ভকতি ॥

গুণৱন্ত বংশধৰ তেহে কবি চন্দ্রবৰ সম্বন্ধত সোদৰ আমাৰ ৷

যাৰ মহ৷ কৃপালেসে = শিক্ষা উপদ্বেশ স্নেহে ইটো পদ কৰিলে| প্ৰচাৰ ॥৷ ২০২৭৭

ভাই যেন ভায়েকক পিতৃ যেন তনয়ক গুৰু যেন শিষ্যৃত বিনীত |

জনমে জনমে মই আন একো নবাঞ্চোহো

তানে ছুই পদে হৌক ৰত ৷

আমি পুন্কু হীনমতি বোলে| ৰামসৰস্বতী তুমি পুন্দু মহন্ত সকল ৷ হেন জানি নিন্দা এৰি গুন| সবে নৰনাৰী

ধ্ৰ| কৃষ্ণ চৰণ কমল | ২০২৭৮ ভাৰতৰ পদ্চয় বিৰচিলো! যেন নয়

মনোৰথ কৰয় সাফল। জানি থিৰ মনে ধৰি ৰাম বোল| উচ্চ কবি

ক্ষয় হোক পাত্তক সকল | ২০২৭৯


ভীকুফৰ দ্ৰৌপদীক প্ৰবোধ

মাধৱে বোলন্ত শুন| ভ্ৰুপদহ্থহিতা । কৌৰ্বৱক লাগি তুমি নকৰিব| চিন্ত| ॥ ২০২৮০