পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৭৪ সাত্যকি বদতি দদা মোৰো এহি চিত। কৌৰৱক মাৰিতে সবাৰে মনোনীত॥ ২০২৬১ দ্ৰুপদনন্দিনী মনে গুণি যথাত আছস্ত দেৱহৰি নেতৰ বসন পৰিধান ৰাজহংসগতি চলি যাস্ত ধীৰে ধীৰ। নিতম্ব যৌৱন স্তনভৰে তথাত চলিলা বহে নয়নৰ নীৰ॥ মাধৱৰ গৈয়া সমীপত মহাভাৰত দ্ৰৌপদীৰ বিলাপ লেছাৰী বহল জঙ্ঘনি-তনু আতি মধ্য ক্ষীণ। দেখা দেখা মোক দামোদৰ চুলে ধৰি দুঃশাসন বাঘে পূৰ্ণচন্দ্ৰ যেন কলঙ্কে ভৈলা মলিন। ২০২৬৩ কিহে ৰামসৰস্বতী আন কাম এৰি। পাতক ছাড়োক ডাকি বোলা হৰি হৰি৷ ২০২৬২ স্বামীসকলৰ বাক্য শুনি মাঝে বস্ত্ৰ দিয়া বচন বুলিলা শোকে। পাঞ্চ পতি মোৰ সেহি থানে পাঞ্চ পতি সমে পাশা জিনি নৃপতিসকলে মধ্য কৰি সি বেলাত মোৰ নাহি আন দেখিলে বিপত্তি কুক সমাজৰ লোকে। তেৱেসে খণ্ডৰে দিলে বৰ মাথাৰ মালতী কৰে স্ত্ৰাণ শোকে নয়নৰ নীৰ ঝৰে ঘষাইলেক যোক অনাথিনী পৰবাস্থ। বিলাই বিপত্তি ভৈল মানে আগতে আছিল গান্ধাৰিণী জ্যেষ্ঠ৷ শাশু৷ ২০২৬৪ দাসী কৰি দুৰ্য্যোধনে আনি কৌৰৱে আলোচি কৰি সাস সিসে কৌৰৱৰ অপমানে দ্ৰুপদনন্দিনী উপগত ধৰ্ম্ম নৃপতিৰ অভিপ্ৰায় অনাথিনী নাহি মোত পৰ লাব্জ কৰিলেক ভীষ্ম শ্বশুৰৰ আগে। ধৃতৰাষ্ট্ৰ শ্বশুৰৰ আগে নাৰায়ণ নাম হুমৰিলো অনুৰাগে॥ তোমাৰ চৰণ কৰি ধ্যান উদাস কৰিলো পাঞ্চোপতি সমে মাগি। পাঞ্চ পাণ্ডৱক ধনুশৰ ঢঙ্কাই খেদিলেক ঘোৰ অৰণ্যক লাগি৷ ২০২৬৫ পাঞ্চ পাণ্ডৱৰ বনবাস হৃদয় পোৰয় সন্মস্থানে ভীমৰ বচনে বুজিলো সবে বৰাই। তুমি যাইবা কৌৰৱৰ ঠাই সাম্যতা বচৰে বুলিব৷ তাক বুজাই॥