পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০ নদী নদ গিৰিবৰ নানা দেশ নিকুঞ্জ অপাৰ। ভ্ৰমিয়৷ ভ্ৰমিয়া যায় ভ্ৰখিলে বৎসৰেক চলে যেন বিদ্যুত সঞ্চাৰ॥ বসস্ত সময় ভৈলা পূৰিল অৰ্জ্জুন অভিলাষ। বছৰেক পূৰ্ণ ভৈল অৰ্জ্জুন প্ৰভৃতি বীৰ মিলিল পূৰ্ণিমা মধুমাস॥ ৩৪৯৭৮ নীলধ্বজ হংসধ্বঙ্গ মণ্ডপে বসিলা নাৰায়ণ। বক্তবাহ! বৃষকেতু অনিৰুদ্ধ কৃতবৰ্ম্মা ডাকিয়া আনিল৷ ৰঙ্গমন! মহাৰথী অশ্ব হস্তী তৰিলন্ত বহুতৰ নোচোৱয় ভূমি পায় চন্দ্ৰহাস গুণৰ মন্দিৰ। কৃষ্ণে বোলে ধনঞ্জয় অবিস্মিয়ে তৰিলেক চৈত্ৰমাস বহি গৈল বীৰবৰ্ম্ম৷ গুণৰ সাগৰ॥ ৩৪৯৭৯ যজ্ঞৰ সময় আইল! বৎসৰেক অৱবধি যাদৱ পাণ্ডৱগণ যত। মাধৱৰ মনে লৈল শুভক্ষণে ঘোৰা ধৰি ডাকিয়া আনিলা ধীৰ চৈত্ৰমাস সোমবাৰে মিলিলন্ত কৃষ্ণৰ আগত॥ যৌৱনাশ্ব অঙ্কুশাল স্থানে স্থানে জিজ্ঞাসন কামদেৰ সাত্যকিয়ো সম্পূৰ্ণ বৎসৰ বহি গৈল। দুই অশ্ব শিখা ধৰি মহাৰ হুবেগ প্ৰভৃতি নানা ঘোৰা ধৰি হস্তিনাক চল॥ ৩৪৯৮০ পদভূমি গজগতি শুনা ৰাজা মহাশয় ভাল উপদেশ কৈলা হৰি। সঙ্কট তৰিলা সব চলে কৃষ্ণ হস্তিনানগৰী॥ যুধিষ্ঠিৰ ধৰ্ম্মবুদ্ধি সৈন্য সব সঙ্গে কৰি দৈৱ বিধি অশ্ব পূজে ৰত্নে। শুভক্ষণে সপ্তমীৰে কৈলা সবে বিপ্ৰগণ ঘোটকক ধৰিল৷ অৰ্জ্জুনে॥ ৩৪৯৮১. চলিলা অৰ্জ্জন হৰি হস্তিনাক প্ৰতি সবে চলে। নৃত্যগীত কৰে শব্দ সসৈন্যে চলিল কৌতূহলে অসংখ্যাত ৰাজ! সাজি বজাৰে নানান বাঘ দিব্য ৰথ গজ বাজী মণ্ডিলেক সৰ্ব্ব সৈন্য পথে। বহু সিংহনাদ কৰে চলি যায় কোটি কোটি ৰথে॥ ৩৪৯৮২ গজঘণ্টা বহু বায় চতুৰঙ্গ দলে বলে গজ হস্তী চলি যায়। অসংখ্য চামৰ যত যত। সুৱলিত চণ্ডমুণ্ড শোভে যেন অৰ্জ্জুন পৰ্ব্বত॥ অশ্বসৈন্য বায়ু বেগে চলি যায় হস্তি আগে অশেষ পদাতিগণ সাৰ। কম্পমান বহুমতী চলিলা সমুদ্ৰ গতি ধুলা উৰে সৃষ্টি অন্ধকাৰ॥ ৩৪৯৮৩ নদী নদ উঠলিল ভ্ৰমিলন্ত নানা দেশ ধূলি উৰি যায় অন্তৰীক্ষে। দ্বিতীয় মাসৰ পথ গউল যে বিশ্বল দণ্ড যায় সৰে পৰম কৌতুকে॥ ঢাক ঢোল সিংহনাদ আন যত দেৱচয় শুথাইল সকলে জানা পদভৰে কাম্পে দশোদিশ। কৃষ্ণসে দেৱৰ ৰাজ! অতি সুৱলিত বেশ চলি যায় সমস্তে হৰিষ॥ ৩৪৯৮৪ গীতা ভাগৱত শাস্ত্ৰ জুৰি যায় সৈন্য যত শুদৃঢ় বিশ্বাস কৰি দুলবি মুসৰি বাদঘা আন কৰ্ম্ম ধৰ্ম্ম সবে ধান্দা। জানা সবে মায়াময় কৃষ্ণৰ নামক গলে বান্ধা॥ জানিয়৷ কৃষ্ণক ভজ! কৰে এহি তত্ত্ব মাত্ৰ মোক্ষ ধৰ্ম্ম হৰি গুণ নাম। হৃদয়ে কৃষ্ণক ধৰি নিৰন্তৰে বোলা ৰাম ৰাম॥ ৩৪৯৮৫