পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

হ।

হৰি-ভকত — বিং, হৰি ভক্তিৰ অৰ্থে গুৰুত শৰণ লোৱা হয়। যি কেইজন মানুহে একে লগে শৰণ লয়, তেওঁবিলাকে এজনে আনজনৰ প্ৰতি বিশিষ্ট সম্মান দেখুৱাই। এজনে আনজনক মাতিবলৈ হলে নাম কাঢ়ি নামাতি হৰি-ভকত' বুলি মাতে। এতেকে-একে লগে গুৰুত শৰণ লোৱা মানুহ; তাৰপৰা, অতি মিলৰ মানুহ, persons who are initiated in one sitting by the gossain; hance, fast friends.
হাঁহ-কণীত কুহুম নাহকিয়া হোৱা — ক্ৰি, সকলো হাঁহ-কণীত কুহুম থাকে। ****** কুহুম নাইকিয়া বোলা হৈছে। এতেকে, *****ৰ স্থলতে লাভ নোপোৱা, to derive no profit *****e profit is inevitable.

সমাপ্ত।