পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ভোক-পিয়াই ২১৯ ভাে-খােৱা alig g, petite, ভােক-পিহি --বিণ, দেখলে মিলে কেক আৰু পিয়াই চা। | এতেকে,—বিতোপন, aviliatul.. তােক ৰহ- কি, গছৰ গুটি কি তাৰ পাচত পৰি নিনিলে বস গােট মাৰে। সেই কপাৰপৰা এই বাক্যৰ উৎও হৈছে। একে-তােক বঢ়ি লৈ চি”: 'তাৰ শাৰ কম হোৱ, the creasing of the shaipress of appetite for not satisfie it is due time, ভোকত পেটৰ কেঁচু কু: টি মন--ক্রি, পেটৰ ভিতৰত পেলু থাকে। সেই পেলুক কেঁচু কুমটি বােল৷ হৈছে । হে যি আৰু খায়, পেয়ে তাকে এই জীা থাকে। এই স্বলত গেৱ হৈছে, যে ইমান গোকৰ প্রকোপ বাঢ়িছে যে পেটৰ পেলুবিলাকে অনাগৰত মৰি গৈছে । এতেকে,-প্রতিপাত ভােক লগ, to suffer the exten, pinch of hunger. ভােকৰ ভাত—বিং, যি সময়ত তােক লাগে ঠিক সেই সময়তে যদি খাবলৈ তাত দিয়া যায়, তেনেহলে সেই মানুৰ প্ৰকৃত উপকাৰ সধা হয়। এতেকে—উপযুক্ত সময়ত পােৱা সাহায্য, প্রকৃত সাহায্য, timely help, real help কােকোহা এন্দুৰ-বি, জেকোহ অর্থাৎ শকত-অবত এন্দুৰ আগঢ়িত আৰু ঘিণ-লগ।। এতেকে,অগঢ়িত আৰু ঘিণ-লগা মানুহ, an ugly and disgusting person. গেই নাম লৈ পানী-কাহুদিৰে খােৱা-ক্তি, যি মানুহে ঐশ্বৰ্য্য জােগ কৰে, তাৰ নাম তাগাই। নিচেই দুখীয়া মানুহে পানী-হুদিৰে ভাত খায়। এই স্থূলত গেৰা হৈছে, যে কোনাে মানুহৰ নামটো ভোগাই, কিন্তু সি ইমান দুখীয়া যে আজা-পাচলিৰ অৱত অকল পানী-কাহুদিৰে ভাত খায়। এতেকেডাৰ নাম লৈ টোকোনা ভাৱেৰে চলা, to be really a poor man though reputed to be a great man by the outside world. ভােজ-খােৱা শিয়ালবিং, মানুহে কই কৰি ভোজ বাজে, শিয়ালে মনে মনে মােপ লৈ থাকে। মানুহ অলপ আঁতৰ হােৱা গম পাই, লুক কৰে আহি সি জে খাই গুচি যায়। এতেকে,-নিজে এ