পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ভিকাচন | man of a request made politely and in the right way. ভিকাচন গা--ক্রি, [ ভিক্ষাস্থল ভগ) যি ঠাইত ভিক্ষা মিলে সেই ঠাই তাগিলে অর্থাৎ নাইকিয়া হলে শীবিকা উপায় নাইকিয়া হয়। একে,—ীবিকাৰ উপাৰহিত হােৱা, সর্বনাশ হােৱা, to be deprived of means of subsistence, to be done for. তিত-বিশ্বাসী-বিণ, [ নৰ ভিতৰৰ বিশ্বাসী। অতি-বিশ্বাসী, confidential. ভিৰাই ধৰি লৰ—ক্রি, গাটে ভিৰ পুৱাই ধৰি লৰ দিয়া, বৰ বেগেৰে লৰা, to run very fust, ভীমৰ গদ-বিং, ভীমৰ গদা বৰ শাক-ডাঙ্গৰ আছিল। এতেকে,-শত- ভাঙ্গৰ টোকোন a heavy sticle. ভীমটোকা মানুহ-বিৎ, (৭মটা যেন কায় মানুহ ) গাৱাল মানুহ, a stout or corpulent Ivorsoil. ভুকুতে কল নপৰু-কি, কল হাতেৰে কুৱাই থাকিলে সি পি গৈ পৰাৰ মিচিনা হয়। কিন্তু সি এটা দুকুতে নপকে। লাহে-লাহেকৈ বহু বাৰ ভুৱাই থাকিলে হে সি তেনে অৱস্থ পায়। এতেকে-ঠাৎ কোনাে কাৰ্য্য সিড়ি নােগোৱা, the,happening of an impor: tant event by slow degrees and not all at once. ভুং পইবিং, [ বীভৎস পশুখৰ সদৃশ বীভৎস আকৃতিৰ মানুহ, হলিকৈ ফুৰা মানুহ, ৪ clown, a buffoon, ভূত কাৰ-বিং, ভূতে পােৱা মানুহৰ জৰ তাৰপৰ-একোপিত আৰ, shivering due to ghostly possession; hence, extreme hivering গলা দি গাজি, গাত তৃত লাগিল আৰু যেগতে খেৰ পৰা নাৰায়। এতেকে-ননসেপেৰাকৈ লগা, to make a persistent dernd. লৰ ন-ন তৃতকৈ শী। কোনাে না পায়, তাতে একা ঋন আহি তে পৰে, তেতিয়া সেই মানুষ নিস্তাৰৰ উপায় থাকে। একে- ফিউলৰি থর বিল, a greater diger words :