পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ভৰিৰ slight effort তৰি ধূলি—বং, মানুহৰ সকলো অঙ্গ ভিৰম্ভ কৰি নীচ। গুৰি ভিতৰত তলু নীচ। পদাৰ্থৰ ভিতৰত বুলি মচ। তেনেকুৱা ভৰি । লাগ থ} তেনেকুৱা ধুলি, এই চা বুজোৱা হৈছে। নগর মানুণেৰে সৈতে গুৰি ধূলিক তুলনা কৰা হৈ। একে- নগণ্য মানুহ, ul iisigificant person ভৰিৰে ৰােৱা-ক্রি, [ ভৰিৰ আঙ্গুলীৰে টিপা মাৰি ৰােৰ চোৱ।। ভালুকা গজালি—বিং, ভলুফাৰ গজালি দপদপকৰে ওপৰলৈ বাড়ি যায়। একে- দোপত দোপে বাঢ়ি যােব, মানুহ, a promising man. ভাই-মােগা ধন-বি, ভায়েকক লুটি পােৱা ধন। (মােহা, এই ক্রিম সং ‘মূষ, ধাতুৰপৰা ওলাইছে। মূষলুণ্ঠন কৰা, যেনে মূষিক।), money btained by defauding one's own brother, ভাজি আনি ছিঙ্গি খােৱা-ক্রি, কোনো বস্তু ভাজি আনি খাব পৰাকৈ সৰু কৰি ছিঙ্গি খােৱ , ধাত-মুহি পােৰ, to live wastefully. ভাত-কাপােৰীয় চাকবিং , কাম কৰা বাবে গিৰিহঁতৰপৰা আৰলৈ আৰু পিৰিবলৈ পায় কিন্তু দৰমহা নাপায় এনে চাকৰ, a servat who gets only food and clothii.g but ilo wages for his labour. ভাত খাবলৈ দিলে আঙ্গুলী খাবলৈ দিব নােৱৰ-ক্রি, হাতেৰে ভাত খুৱাই দিওঁতে গৰাহৰ লগত আঙ্গুলীৰ আগে খাওঁতাৰ মুখৰ ভিতৰলৈ সোমায়। কিন্তু খাওঁতাৰু ভাত খাবলৈ হে অধিকাৰ দিয়া হয়, লগতে আঙ্গুলী খাবলৈ তেওঁ অধিকাৰ নাপায়। (অত=জীবিকাৰ প্রধান উপায়।) এতেকে,-জীৰিকাৰ এখন উপায় কৰি দিয়াৰ নিমিতে সেই মানুহক সেই জীৰিকাৰে সৈতে পােনে পােনে সম্পর্ক না অন্যান্য বহুমূলীয় অধিকাৰ দিবলৈ অক্ষম হােৱা, not to be able to grant all demando not directly conneged with certain demand which has been grated. ভাত খােৱা অৰ-বি, কুঁহৰীয় ৰ তলত ভাত খালে ভাল । এদেশে কুঁহী অৰ, a very slight fever, তখs, ( ভাত খোৱা ঘৰ যাৰ ঘৰত যেতিয়াই জেতাই অফ শে