পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বাহিৰে বিধতাৰ any thing beautiful to look at but possessing uo intrinsic value. বাহিৰে লটপট ভিতৰে কপট—বিং, (লট, পট= লেট পেট।) বাহিৰে লেট- পেট অর্থাৎ অতি মিল কিন্তু ভিৰ কপট ভাব, hostility under cover of friendship, বাহু দাদি কোৱা—কি, বাহু স্বৰ্গৰ ফালে দাঙ্গি কোৱা অর্থ ঈশ্বৰক চিতি কোৱা, to speak with all easiesta ess, to speak confidently. বিজুলী-সঞ্চাৰে ঘােৱা—ক্রি, বিজুলীৰ সঞ্চালনেৰে অথাৎ গতিৰে যােৱা, | অতি বেগেৰে যােৱা, to travel witl a lightexing speed. বিদা কৰা—ক্রি, [ বিদ্যা কৰা] কোনে| এটা বিদ্যা জন। বুলি আনক দেখুৱাবৰ অভিপ্রায়েৰে কাম কৰ, to make a vain display of knowledge, বি লগা বিণ, [ বিদ্যা লগ। কোনাে প্রকাৰৰ বিদ্যা থকা, যেনে লেখা-পঢ়া বিদ্যা, শিল্প-বিদ্যা ইত্যাদি, qualified in ally branch of useful knowledge. বিদ্যই লগ দিয়া-oি, (লগ দিয়! =লগ দিয়া।) বিদ্যাই লগ পাবলৈ দিয়া, বিদ্যা থেদি ধৰিব পৰা অথাৎ বিদ্যাৱত হােৱা, to be endowed with knowledge. বিধতাই দিলেও তিবতাই নিদিয়া-ক্রি, পূর্বজন্মত ধিতাই যাৰ কপালত সৌভাগ্য শিখি দিয়ে, সি হে এই জম্মত সুখী হব পাৰে। এই স্বলত কোৱা হৈছে, যে বিধৱাই দিলেও তিতাই অণাৎ নিজৰ ঘৈণীয়ে নিদিয়ে। ঘৰৰ গৰাকি ঘৈণী। কোনো বস্তু ঘৈণীয়ে দিহা-পােহ। কৰি দিলে হে পাক পােৱ যায়, নহলে বস্তু ঘৰত থকা স্বত্বেও তাক ভােগ কৰিবলৈ পােৱা যায়। এতেকে,-ঘাই গৰকিৰপৰা কোনাে বস্তু পালেও বিলনীয়াই বিলাই নিদিয় , the withholding of a gift of a donor by a person who is appointed to administer it. বিধতাৰ খোঁচ-বি, বিধতাৰ কলমৰ খেচি ] কপালত লিখা বিধিৰ শিখুন, ভাগ্যলিপি, destiny.