পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বান্দীৰ পুর বন্ধ থাকে। জাকে জাক বৰ অতি সাগৰ পানী সহ খাব লাগিছে, তথাপি সাগৰৰ পানী মুকায়। ইতলাকক বাৰেৰে আৰু মহং লােফ সাগৰেৰে তুলনা কৰা হৈছে। মহৎ লোক। ধন-সম্পত্তি সাগৰৰ পানী ৰেল হৈছে। এতেকে,--ইতৰ লােকে মহৎ লােকৰ ধন-বস্তু আত্মসাৎ কৰিলেও মহৎ লােকৰ বিশেষ ক্ষা ও কৰিব নােৱৰ, the failing of a vulgar person to do

  • 9al harm to get inall by misuppropriating a

ra.rt of his vast estate. বান্দীৰ কান্তা যোগ--বিং, কন্যাল হেৱ সময় অনুযায়ী তিৰােতাৰ যােগ নিণীত হয়। কান্তা ভাল ধােগ। কিন্তু যি বন্দী, তাইৰ কান্তা যেগৰ শুভ ফল হবৰ স্থল নাথাকে। এতেকে,চিৰ-দৰিদ্ৰ মানুহৰ পক্ষে গ্রহাদিৰ নিস্ফল শুভ-দৃষ্টি অর্থাৎ যি মানুহৰ উন্নতি অসম্ভৱ তাৰ পক্ষে নিস্ফল শুভ লক্ষণ, good signs to a person who is destined not to rise above a miserable life. বাপ ঢােৰা-সাপ–সিং, ঢোৰ সাপৰ খং বেচি, কিন্তু তাৰ কামােত বিষ নাই । ঢেৰা-সাপে কামুৰিলে আন সাপে সেই মানুহক কোনাে কালে নাকামােৰে বুলি কয়, কিয়নো ঢেৰা-সাপ সকলো সাপৰ ৰজা। বাপেকে পুতেকক ডবিয়ায় আক কোবায় । যাৰ দ্বাৰা লৰাৰ অমঙ্গল ঘটে, বাপেকে তেনে কাৰ্য্য নকৰে। বাপেকৰ কাৰ্যত বিষ অর্থাৎ হিংসা-ভাব নাথাকে। এতেতে,বাহিৰে টান-মুখীয়া কিন্তু ভিতৰে মৰমিয়াল বাপেক, a stern but loving father. বাপৰ ধন-বিং, বাপেকৰ মৃত্যুৰ পাচত পুতেকে পােৱা বাপেকৰ ধন, পৈত্রিক সম্পত্তি, patrimony. বাপতি সাহােন—বিং, উত্তৰাধিকাৰী-স্বত্বে পােৰা বাপেকৰ ধন সম্পত্তি, | (পিতৰৰ পৰা ‘পিতৃ সাহাে’, আৰু 'পিতৃ সাহােনৰ পৰা ‘বপতি সাহােন’ কথাৰ উৎপত্তি হৈছে , patrimony. বাপুৰ গাত বাঢ়নী লগ—কি, (বাপু=বামুণ।) বাঢ়নী অশুচি বন্ধু। ঠাই সাৰোঁতে বামুণৰ গাত বাঢ়নী লাগিলে, ঠাই সাৰো মানুহৰ বৰ ডাঙ্গৰ জগৰ লাগে। এতেকে,- ডাজৰ অগৰ লগােৰা, (বিদ্রুপ) te offend highly (used ironically