পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বাঘ। ১৯৩ foar. বাঘ তেলে থােৱ --ঞি, (তেল = চব্বি।) বাৰ চবি বৰ চোকা। গত চোকা চব্বিয়ে ধৰিলে মানুহৰ ফু বেচি হয়। এতেকে, বেচিকৈ ফুৰ্ত্তি হোৱা, to be overjoyed. বাদে পােৱালি পােৱ হাবি–বিং, বয়ে ডাইৰ হাবিত চিৰস্থায়ীরূপে বসতি কবে, আৰু তেনে হাবিত হে পােৱালি জন্মায়। এতেকেডাৰ হাবি, big jungle বাঘে খােৱা-বিং, যি গৰুৰ আয়ুস টুটে, তাক বাৰে ধৰি খায়। এতেকে, অল্পায়ুস, (গালিৰ মাত), short-lived, a term of reproach). বাধে যেঙ্গে যুজ লগাক্রি বাঘ ঘােঙ্গতকৈ অলপ বেচি বলী, কিন্তু ঘােঙ্গ বাতকৈ বেচি খাল। বাঘ আৰু খােঙ্গৰ ভিতৰত ঘােৰতৰ যুঁজ হয়। এতেকে,-ঘােৰতৰ যুঁজ লগা, to engage in a fierce conflict. বাছি পেলােৱা—জি, [ হাড় বাড়ি পেলােৱা ] খাদ্য জন্তুৰ হাড় বাছি পেলাই | দি মই খােৱা হয়। এতেকে, কোনাে মানুহৰ হাড় বছি তাৰ মঙ্গই খােৱ। অর্থাৎ কোনো মানুহক উগ্র শাস্তি দিয়া, to inflict condign punishment. বাহোঁতে বাছেতে গেলা বৰালিত হাত পৰা—কি, বৰালি মাছ কোমল। সি গেলিলে সমুলি নষ্ট হয়। এতেকে অতি ভাল বন্ধু পাবলৈ অতি ৰিক্ত চেষ্টা কৰোতে অতি বেয়া বন্তু পাের, to select the worst thing by exercising too great caution to have the very best. | বাজ ভিতৰ কৰা মানুহবিং , বাজে ভিতৰে ফুৰা মানুহ, বিশ্বাসী মানুহ, one who has access into the inner chamber of a house hold, a confidant. বাজলৈ উলিওৱা—ক্রি, মানুহৰ ধাতু ঘৰৰ ভিতৰত যাব নাপায়, এই বিশ্বাসৰ ওপৰত মৰিবৰ বেলিকা মানুহ বাজলৈ উলিওৱা হয়। এতেকে, অন্তেকৰ পাচতে মৃত্যু হব বুলি থিৰাং কৰা, to expect death immediatly after. বাট এৰি অবাটে যে—ক্রি, সর্ব সাধাৰণ মানুহে বাটে দি যায়। অৰাই