পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বাইল ১৯১ লগে লগে পাতবিলকো কুটিলে । । বিসাক এ সাভারে কুটিলে যে ওখােৰা-মােখােৰ গুচি অতি ধুনীয়া হৈ পৰিল। পাঁচ দিনা সৰু ঘৈণীয়ে দেখা পাই কাৰণ সােত বৰ ঘৈণীয়ে আমু বৃত কলে। সৰু মৈয়ে এদিন সেই দৰে সাজই মুখত লৈ ঢাৰীপ চীত পৰি নিগনি আহিবলৈ বাট চাই থাকিল। নিগনি সােমাই দাত চিকুণাই কৃটিবলৈ আৰম্ভ কৰিছে, এতে তেওঁ মাত লগালে:- “বাইতকৈ চৰোৱা" (অর্থাৎ ৰাই ত যেনে সুন্দৰ হল যে কত যেন তাতকৈ অধিক সুন্দৰ হওঁক।) কথা কোৱা মাত্রে নিগনিয়ে ভয় পাই লৰ মাৰিলে। ফলত এয়ে হল যে তেওঁৰ ধাত আগৈয়ে যেনে আছিল এতিয়া তাতকৈও বহু গুণে বেয়া হল। এতেকে- পৰৰ ভাল দেখি খিয়ানত তেনে কোনাে কাৰ কৰিবলৈ চেষ্টা কৰিলে নিৰ অৱস্থাৰ উন্নতি কৰিব নােৱাৰি পূৰৰ অৱস্থানে। অৱনতি কৰা, to uko a thing worso this it w in all eideavour to make it better to a like this of ano ther person under the promptings of fealous. বাহলৈ যেই হাত হােৱা, আহলেও সেই হাত হােৱ - ক্রি, যেই হাতেৰে বাইক কিলােৱা হয় সেই হাতেৰে আকো কিলাৰ পৰা যায় অর্থাৎ যি মানুহে নায়েকক কিলাবলৈ সাহ কৰে, সি অৱশ্যে মাক কিলাৰলৈও সঙ্কেচ নকৰে। এতেকে,এন মানী মনুহৰ প্রতি অন্যায় আচৰণ কৰিলে অন্যান্য মানী মানুহৰ এতিও তোনৰূপ অন্যায় আচৰণ কৰিবলৈ সঙ্কোচ নকৰা, to behave shabbily towards a res pectable person and hence not to hesitate to behave in a similar way towards any other person of like status aud rank. বাও-ফণী পৰা—ক্রি, বাও-কণী উমাণে পােৱালি নঙ্গগে। হাঁহ-কুকুৰাই তেনে কণী পাৰিলে তাৰপৰা কোনাে ফল নহয়। এতেকে কোনো নিল বা অসাধক কাৰ্য কৰা, to act infructuously. বাখৰ পতােৱা-বিণ, বাখৰ পতলে অলাৰ শুৱনী হয়। এতেকে,-নী, cligant, fanciful. বাগৰ জীৱ-বিং, বাগৰি ফৰা মানুহ অর্থাৎ একে ঠাইতে নিজাপিভাৱে নাথাকি