পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ফিৰিঙ্গভিংপ কৰাতেই কাৰ্যৰ অৱশ্য হত নাই???? •কৈ পাম কৰা, to do a thing too lato, to be out oi sea.oli ফিৰিতিৰপৰা খাও-দাহ হোৱ'- ক্ৰি, পূৰ্ব্ব-কালত খাণ্ডৱ নামেৰে এখন ভাগৰ অৰ আহিল। অৰ্জুনে অগ্নি দেবতাৰ তৃপ্তিৰ নিমিত্তে পশু-পক্ষীপূৰ্ণ খ-বন দাহ কৰিছিল। এই স্থলত কোৱা হৈছে যে ফিৰিগতিৰপৰা মহা অৰণ্যও পূৰি নষ্ট হয়। এতেকে, সামান্থ এটনাৰপৰা মহঃ অষ্টি হোৱ, the happening of the greatest disaster from the slightost cause. ফুৰ টেকেল—বিং, টবে লাবিক মুখ চোকা। ফুৰনৰ টেকেলা হলে | তাৰ মুখ আৰু চোকা হয়। এতেকে,- বৰ চোকা-মুধীয়া মানুহ, a sharp-tolgued person. ফুট চিনা—ক্ৰি, কুঁহিয়াৰ বহি তপত কৰোঁতে ফুট উঠে। বিমান তপত হৈ , যা', সিমান কুটৰ ৰুতি আৰু ৰং বেলেগ হৈ বাৰ। ফুট কেনো হলে বহি ঘোলীত ঢালিবৰ উপযুক্ত হয়, তাক চিনিব লাগে। মানুৰো স্বভাবে নানা প্ৰকাৰ আকৃতি আৰু বৰণ ধৰে। তাৰ কেনেকুৱ ফুট অথাৎ কেনেকুৱা স্বভাৱ হলে কোন কাষৰ নিমিত্তে সি উপযুক্ত হব, সেই কথা চিনিব লাগে। এতেকে,-মানুহৰ অভাৱৰ পঢ়-গতি চিনা, to find out a persox's special trait of charactor. ফুটা কড়ি-বিং, কড়িৰ মূল্য যৎসামান্য। তাতে যদি সি ফট, তেনেহলে তাৰ মূল্য নাই বুলিলেও হয়। এতেকে,-নামমাত্ৰ মূল্যৰ বস্তু, সমুলি অকামিল বস্তু, a trife, a useless thing. ফুটা কলহত পনী ভৰোৱা-কি, ফট, কলহত পানী ভৰালে পাশ নাথাকে। সেইৰূপে, যি মনুহৰ ফল ফট। অৰ্থাৎ যি ভাগ্য-দোষত দৰি, তাৰু লোকে ধন-বিত দিলে সি নাহ কিয়া হৈ যায়। এতেকে,-ভাগ্য- দেবত দৰিদ্ৰ মানুহক পৰে সাহয্য কৰি দৰি গুচাব নোৱৰা, to fail to make comfortable a person who is destined to be poor. ফুটা চকুত কুটা পৰা—ক্ৰি, যিটো চকু ফুটা, তাতে কুটা পৰি সেই চকু অধিককৈ উইঘোল হৈছে। এতেকেট বিশদ খাতে আন এট