পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পাপীৰ ১৭১ পাহৰ হওঁতে ধন শ্যয় হয়। এতেকেঞ্চাৰ্য্যৰ ফল-কপে উৎপন্ন অনিষ্ট, a penalty for wrongdoing. পাপৰ মন পিঠাত থকা--কি, সবাইত অসদৰ পিঠা খাপনাৰ পৰিতে খোৱা হয়। ধঘিষ্ঠ মা থাপনালৈ মন কৰি নাম শায়। পাশ মানুহে হাতেৰে চাপৰি যায়, কিন্তু মনেৰে পিঠা খায় অৰ্থাৎ নাম বাড়ে সোনকালে ভাগি পিঠা বিলাই দিয়া হয়, সি সেই কথা মাথোম ভাবি থাকে। এতেৰুে-সৰ্গলোকৰ সতত দুই মাহৰ বেয়া কথালৈ মন থকা, the turning of the mind of a wicked person towards evil in any circumstance, পাবতে গঙ্গোৱা-ক্ৰি, কেঁচা বঁাহ মাটিত পেলাই থলে তাৰপৰ গলি ওলায়। | কিন্তু গাঁথিৰপৰা হে গঙ্গালি ওলায়, পাৰপৰা নেয়। এতেকে, মূল নোহোৱাকৈ কোনো কথাৰ উত্তৰ ক, to make a state- ment having no foundation in fact. পাৰ-জুৰীয়া মানুহ-বিং, পাৰ-চৰাইৰ দম্পতী-প্ৰণয় আদৰ্শনীয়। সিহঁতে জোৰ ভাঙ্গি কেতিয়াও থাকিব নোৱাৰে। এতেকে-আদৰ্শ-এণয়ী- | প্ৰণয়িণীযুগল, a pair of true lovers. পাৰ পালে ইপাৰ হোৱা, পৰ পালে সিপাৰ হোৱা—ক্ৰি, নাও ৰাই লৈ যাওঁতে নৈৰ ইটো পাৰ ওচৰ হলে ইটো পাৰে উঠা হয়, সিটো পাৰ ওচৰ হলে সিটো পাৰে উঠা হয় শেলা হৈছে। এতেকে,পৰিধা বুজি মৰ পৰিবৰ্তন কৰা, to change sides according to expe diency. : পাল খোৱা—ক্ৰি, পালত সম্ভোগ , (জত খাটে।) to have sexual intercourse (said of animals. পালি পাৰি কৰি, শিকোৱা-জি, এবাৰত যি কাৰ্য্য কৰা হয়, তাৰু পালি যেতে। এই শৰ পৰ’(এই) শফৰপৰা ওলাইছে। এতেৰুে-পৰে পৰে আমলি কৰা, বহু প্ৰৰে আহাৰ কৰা, to annoy too frequently, to harass in diverse ways. পাৱে পৰি নাৰবি, ভৰিত ধৰি নমাৰ অৰ্থাৎ সম্পূৰ্ণ বী , | unconditional submission. পাহ: গুটি খে--জি, মিনবিলাকৰ মতে মানুৰ আদিপু আলম