পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পানী ১৭ পাপৰ ফুটা নাইকিয়া অৰ্থাৎ নিসীয়া, অটুট, i porvious, tight, close-fistod. পানী পানী কৰি শিকোৱা—কি, কোনো কথা টান হলে বুজিব নোৱাৰি, কিন্তু সেই কথা ভাঙ্গি ঢিলা কৰি শিকালে বুজিব পৰা যায়। এই হলত ইমান, চিল কৰি দিয়া হৈছে বোল। হৈছে, যে সি পানীৰ নিচিনা গৈছে। এতেকে,-ভালকৈ শিকোৱা। তাৰপৰা বহু প্ৰকাৰৰ অত্যাচাৰ কৰা, নালা বিধব আহুকাল কৰা, to teach soundly , hence, to oppress in inanifold ways, to harass in diverse ways. পানী-পেটা লৰ-বিং, পানীবে পেট-ভৰা লৰা, পনীয়া অৰ্থাৎ জুলীয়া আহাৰৰ দ্বাৰা জীয়াই থকা লৰা, নিচেই কেঁচুৱা লৰা, a little babe. পানী বঢ় দি বঢ়া--ক্তি, বাঢ়নী পানী লাহে লাহে নাবাঢ়ি তৎক্ষণাৎ বাঢ়ি আছে। মানুহৰ ধন সম্পত্তি বানী পানীৰে তুলনা কৰা হৈছে। এতেকে, অতি শীঘ্ৰ উন্নতি লাভ কৰা, to attain material prosperity in no time, পানীত হঁাহ চৰ-ক্ৰি, ডাঙ্গৰ বিদ হলে মানুহ নালাগে পশু-পক্ষীও দেখি তধ লাগে। এই মূলত কোৱা হৈছে যে, পানীত চৰি ফুৰা হাঁহেও চৰিবলৈ এৰি ৰ লাগি থাকে। এনেকুৱা দুখত জ্ঞানহীন পীৰ হৃদতে আদাত লাগি সি আহাৰ বিচাৰিবলৈ এৰি দিয়ে। এতেকে-অতিকৈ ডাঙ্গৰ বিপৰ হোৱা, the bappening of the greatest calamity. পানীয়ে ঘৰ বাও-বিং, বাও ধান দ মাটিত ৰোৰা হয়। নৈ বাঢ়িলে ৰাণ পানীয়ে খান মাৰি নিয়ে। এতেকে,-সহজে বাৰু নষ্ট কৰিব পৰা যায় তেনে মানুহ; অলপ-ফতুৱা মানুহ, a weak and imbegile person. পানীৰ টো-বি, পানীৰ ঢৌ উঠি ঔ-টোৰ নিচিনা আকাৰ হয়। এতেকে-এত কথা বা কাৰ্য, anything unsubstantial. পানীৰ মিঠৈবিং, মিঠে পিঠাত পানী মিহলাই সজা হয়। পিঠা নহলে জন পানীৰ মিছে আজিৰ পৰা নাযায়। এতেকেসাৰখন কথা বা কাৰ্য, anything unsubstantial. ' পাপৰ পৰাচিত-বি, পাপ কাৰ্য্য কৰিলে হিৰে পৰাচিত হব লাগে। পৰাচিত