পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পান পাং পত পাং পতা—ক্ৰি, [ পেং পত) মানুহৰ ভৰিৰ তলুৱাত ফুটিৰ নিমিত্তে মাটি | নেদেখাকৈ পেং পাতি খোৱা হয়। এতে -মড়যন্ত্ৰ , to lay a plot, to machinate, পাটী-মৰণেৰে মৰা—কি, (পাচা= ৰীপাচা। ঢাৰীপ টা হোৱ মৰণেৰে মৰা অৰ্থা; নিজ ঘৰত গৰীচীত শুই মৰ, জবিক মৃত্ব | পোৱ to dio a latural death. পাটীৰ তিৰোতা-বিং, একেলগে চাৰীপাটীত শশা তিৰোত, বিবাহিত ঘৈণীয়েক, a bed-companion, a married wife, পাত-কটা দাড়—বিং, দীঘল দাড়ৰ আগত ৰুটাৰি লগাই কলগছৰ পাত কটা হয়। এতেকে,-গা-গাৰি নাইকিয়া দীঘল ভাৱৰ ৰা লেং পেশীয়া মানুহ, a tall but lean person, a disproportion- ately tall person পাত পাৰি ভাত নোপোৱ --বিণ, ভাত খাৰলৈ পাত পাৰি বহি থাকে, কিন্তু ভাভ নাপায়। এতেকে,--নিমাখিত, দুৰ্ভগী, indigent, unfor tulato. পাতক পত্ৰ ভাতক ভয় বোলা-ক্ৰি, সামান্য সংস্কৃত বিদ্যা শিকি কোনো মানুহে শিক্ষিতাভিামী হৈ ফুৰিছিল। অত শৰ চহা বিবেচনা কৰি জাত বুলি তেওঁ ‘ভ বুলিছিল। পাত’ৰ সংস্কৃত পত্ৰ, এই সুৰ ধৰি ভাতৰ সংস্কৃত ভ’ শব্দ উলিয়াইছিল। দৰাচলে, ভাতৰ সংস্কৃত ‘ভা। এতেকে-অল্প-শিক্ষিত মানুহে শিক্ষাৰ গৌৰৱ কৰি ফুৰ, tv make a vein display of a smattering of knowledge. পানী কৰি বুজোৱা-কি, টান ভাদি পানীৰ নিচিনা তবল কৰি বুজায় যে হৈছে। এতক-অতি ভালকৈ বুজোৱা, to explain perfectly well. পানী-তলৰ ফাইট—বিং, পানীৰ তলত কাইট থাকিলে মানুহে তাৰু দেৰিবলৈ নাপায়। পানীত খোজ কাঢ়েীতে কাইটত লাগি ভৰি ফুটে। ঝাইটক বিপদেৰে তুলনা কৰা হৈছে। এতেকে-নেদেখালেন বিপদ, an unsuspected danger. পানী নসৰকাবিল, গোটা কলৰ ফুটা থাকিলে পানী সৰকে। এগুলো -