পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দেখিলে ১৪৪ দেব a self-evident truth. দেখিলে লেখা--ক্ৰি আহোম ৰজাৰ দিনত পাহকৰ হিচাৰ আছিল। যাতে পাইক লুকাব পৰা নাযায়, সেই নিমিত্তে নিজ চকুৰে নেদেখিলে কোনো পাহক লেখত ধৰা নহৈছিল। মানুহক আগত দেখিলে যেনেকৈ লেখত ধৰা যায়, কাৰ্য্যকে। সেহৰূপে আগত দেখিলে অৰ্থাৎ তাৰ ফল দেখিলে লেখত ধৰা যায় এতেকে,-কাব ফল দেখিলে সেই কাৰ্য্যৰ মূশ্য নিৰ্ধাৰিত কৰা, to set value to an action by the amount of tangible result which it producc৯. দেবত নাগা, ভতত নলগী-বি, কোনো বস্তু দেৱক উৰ্সি দিঘা হয় আৰু কোনো বস্তু ভকলৈ আগ বঢ়োৱা হয়। যি বন্ধ দেতো আগে আৰু ভৰুততো নাগে, সেই বস্তু সাৰ্থক। এতেকে,--সাংক, নিল, unavaili s, is less, দেৱতা দিলেও বিধাই নিদিয়- ‘ক্ৰ কং দেৱতাই কোনো বস্তু দান কৰিলেও, দেশে বিশ্ব অৰ্থাৎ , বিমুখ হলে, তাক গে কৰিবলৈ পোৱা নাম্বাৰ বেলা হৈছে। এতেকে, --ভাগ প্ৰসন্ন নাথাকিলে কোনো বন্ত পাইও ভুলিবলৈ নোপোৱা, lot to be able to enjoy a gift which is already received if the receivor happeti to have a bad luck. দেশ-জন-বি, দেশত বিপদ হলে মানুহৰিলাৰু যেনিয়ে তেনিয়ে ভাগি-হৰি যায়। এতেক-ৰাষ্ট্ৰবিপ্লৱ, an archy, political confusion. দেশ ঘড়ি বিদেশলৈ ৰেৱ-- (ছড়ি = এৰি। অত্যন্ত ভয়ানক কষ্ট হলে নি দেশ এৰি মানুহে বিদেশত বসতি কৰিবলৈ নাযায়। এতেখেতে কষ্ট সহিব নোৱাৰি বিদেশত গৈ গতি কৰা, to be unable to bear misfortuate any longe u one's home and wo leave it and settle in foreign land, দেশ আন-বিবি, [ দেশৰ সমাস} গোটই যেনতে বিমান ও অৰ মনকৈ, বহু পৰিমাণে, অধিকৈ, to gron extent লেত পৰি, [ নত কৰি আগ] যেন মা কৈ না, কা , foremost of all। লেছে কোটি কোলে শুয়ে- wap-heady.