পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দীঘল-ঠেঙ্গী। দু দীঘল ঠেঙ্গীয়া-নি, বৰষুণৰ ধাৰলাৰ বল ঠোৰ নিচিনা দেখ যায়। এতে",- প্ৰযু, ain.. দীঘল পৰুৱা-বিং, সাপ পৰুৱ - * প্ৰাণ, প্ৰজে এয়ে যে সাপৰ আকৃতি দীঘল। এতেকে, সাপ, a snake, দুই নাওত দুই ভৰি থো- ঐ, এখন নও এটা ভৰি আৰু আন এখন নাওত আগটো ভৰি থাকিলে বিপদৰ আশা. কিয়নো পানীৰ সোঁতত নাও এখন আঁতৰা-আঁতৰি হব পাৰে। এতেকে-দেখোৰ-মোৰত প, to be in a dilomma. দুই বাঘে পাব নোৱৰ-বিণ, যদি কোনো গৰু বা ম য ভাৰ আৰু মন হয়, তেনেহলে তা দুটা বাদে মিলিও খাই শেষ কৰিব নোৱাৰে। এতেকে-বৰ গৱাল excessively fat, দুই হাতে আজোৰা- কি, ওয়া জাতেৰে বন আজুৰি উবালে ঘোলা হৈছে। এতেকে-অপৰিমিত শ্ৰম কৰা tc labour too hard. দুই হাতে সামৰক্ৰি , বেচি হলে দুয়ে হাতেৰে পন-বন্তু ধাহি-মুহি সামনে। এতেকে—তি হেঁপাহেৰে ধন-বস্তু গোটোৱা, to accumulate | property with ilordinate covetousness, দুখ কৰিলে মুখ ভৰা--কি, (ভৰা = পোৰা-বস্তুৰে ভৰাপ) শ্ৰম কৰিলে ভাল- | মতে খাবলৈ পোৱ to be able to earn a comfortable livil g by means of labour. দুখনীয়া পিন্ধা—ক্ৰি, সৰু ছোৱালীয়ে অকল মেখেলা পিন্ধি থাকে। পাট-গাভৰু হলে গত এখন আমোছ লয়। এতেকে,-পাট-গাত হে, to arrive at girihood. দুখী দুখী অৱৰে কৰা—ক্ৰি, [ হয়ে সুখী অৱৰে কৰা দুখীয়া মামুছে দুখীয়া অৱস্থাৰে কোনো কাৰ্য ৰা, to act like a humble main | in a humble way. দুখে তুলাইপাচিয়ে নধৰা—ক্ৰি, ধান-চাউল ফুলাৰে জাৰি পাটিত খো। চাউল যেটি হল পাটি ভৰি যায়। বাকিখিনি তে যে হয়। কিন্তু থানাইল ধৰি তাকৈ বেচি হয়, তেনেহলে ফুল পাচিনে না হয়। এই লত, দুখৰ খনাউল না ক হৈছে। এজেকে-অতিৰিক্ত দু পোকা, have a