পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১২৮ তল-খুচৰীয়া তোমোল-পান তখুচৰীষা মানুহ- বিং, এন্দুৰে মাটিৰ তলে তলে খুচৰি ভাগৰ গাঁত কৰে। মাটিৰ ওপৰ ভাগ আগৰ দৰে সমান হৈ থকে। এতেকে,-এজনৰ কথা ভিতৰি আন এজন লগোৱা ম মুহ. গ নিদিয়াকৈ পৰৰ অনিষ্ট কৰা মানুহ, a back-biter, t5lus.irror, oi • who harms anotlier without being suspected of doing it. তল-খুচৰীয়া বুদ্ধি বিং, এৰে ঘৰৰ তল দি ম টি খুচৰি গাত খানে। ওপৰৰ- পৰা সেই গাত দেখিবলৈ পোৱা যায়। এই সুগত, বুঙিব নোৱাৰাকৈ গুপ্তভাৱে অহিত আচৰণ কৰা মানুহক এৰেৰে তুলনা কৰা হৈটে। এতেকে,-গুপ্ত অভিসন্ধি, secret design. তল-হাত-বিণ, খুঁজত দুটা মানুহ পৰি গলে যি জনৰ হাত তলত পৰে সি বল কৰিব নোৱাৰে। যাৰ হাত ওপৰ হৈ থাকে, সি সেই হাতেৰে আক্ৰমণ কৰিবলৈ সুবিধা পায়। এতেকে, বশী , ৰাধীন, subservient, de de t তলি-উদং মূহ—বিং, তলি উদং অৰ্থাৎ বস্তু নথক। পাত্ৰেৰে মানুহক বিজোৱা হৈছে। এতেকে,-ধন-সম্পত্তি নাইকিয়া মানুহ, u dostitute person. তলে তলে--ক্ৰি বিণ, কোনো মানুহে পাৰ তল এলে বুৰিয়াই হু দুৰলৈকে যায়। সি কেনি যায় ত ক কো•ে 'ও নেদেখে, তিয়া এঠাত ওলয় গৈ তেতিয়া হে তাক দেখিবলৈ পায়। এতেকে,-গুপ্তভাবে, কোনেও গম ধৰিব নোৱৰ কৈ, secretly, without being noticcd be any one. তলে পুতা দিয়—ক্লি, উতৰ পুতল কাপোৰখনৰ ওপৰ ফালে লগোৱা হয়। আহোমবিলাকে পূৰ্বে পুতল তলৰ ফালে লগাইছিল। যি সময়ত এই বচনৰ সৃষ্টি হয়, সেই সয়ত কোনো কোনো অস্লোমৰ প্ৰধান মানুহে শক্ত-দমমৰ অথে যড়যন্ত্ৰ কৰিছিল। এতেকে,-ষড়যন্ত্ৰ কৰা, to conspire, to plot. তাম তুলসী নমনা--বিণ, হিৰ মানত তাম আৰু তুলসী পবিত্ৰ বস্তু। এতেকে-- বিথী , অনাচাৰী, holding herctical ideas, immoral. কামোলশান টাকি, বিয়াৰ বক্ষবন্ত ঠিক হল দৰঘৰৰপৰা ছোৱা-ঘৰলৈ দয়-দপ্তৰেৰে তামোল-পালৰ ভাৰ নিয়া হয়। ৰাইজ মাতি সেই