পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ডাল ১২৩ | in the primitive style, to follow an antiquated custom. ডাল চোৰ--বিং, ডালে ডালে নিয়ে অৰ্থাৎ কোনো বস্তু সৰু-সুৰাকৈ কাটি শুৰু গিনি গোটে গেটে চুৰ কৰি নিৰে বোল হৈছে। এতে | ড জৰ চোৰ, a storiou+ taief.।। ডাল জোৰা দিয় --জি, মূল গছৰ লগত ডাল কে নিয়া অৰ্থাৎ মুল কথাৰ লগত অমূলক কথা বোগ দিয়', কটাই কথা কোৱ to exaggarate, ডাল দৰিদ্ৰ মুহ--বিং, ( ডাল-ডলীষ। দৰিদ্ৰ মানুহ ] ঘৰৰ বেৰ ডাল-ডলীয় অৰ্থ ও সমৃলি সেৰো এই ভাব বুজে ঝ। হৈছে। এতেকে, নিঃকিন মানুহ, a dostitute Terson. ডিঙ্গিত ধৰি কন্দা—ক্ৰি, অ ত্মীয়-স্বজনে বিপদগ্ৰ নুহৰ ডিঙ্গিত ধৰি কালে। | এতেকে, বিপদত সহানুভূতি প্ৰকাশ কৰা, to make a pashion- ate display of sympathy ডিঙ্গি পাতি থেৱ —ক্ৰি, বধ কৰিবৰ নিমিত্তে ডিঙ্গিত অস্ত্ৰাঘাত কৰা হয়। এই সুলত, হচ্ছ। ৰ্বক ডিঙ্গি কাটিবলৈ পাতি থয় বেলা হৈছে। এতেকে,--মহৎ অপবাৰৰ নিমিত্তে সাজু হৈ থকা, to bo prepared for the worst. | ডিজিৰ হাড়মাল--বিং, কুকুৰে হাড় চোবাওঁতে কেতিয়াবা হাড় ডিঙ্গিৰ ভিতৰৰ নেলুত লাগি ধৰে। হাড় ডাল সি এৰুৱাৱ নোৱাৰে, গিলিবও নোৱাৰে। এনে অৱস্থাত কুকুৰে ফুৰে। (হাড় মাল = হাড়ৰ মাৰ অৰ্থাৎ হাড় লাগি ধৰা মাৰাত্মক ব্যাপাৰ।) এতেকে, যাক এৰিবও পৰা নাযায় ধৰিব পৰা নাযায় তেনে কাৰ্য্য বা মানুহ, যাৰপৰ। বৰকৈ আহুকাল পেৱা যায় তেনে কাৰ্য্য বা মানুহ a thing which cannot be got rid of though annoying. এখৰী পিৰাৰ মাৰ-বিং, [ ডুখৰীয়া পিৰাৰ মাৰ ] ডুখৰীয়া অথাৎ ভগা পিৰা কৰা প্ৰহাৰ বুজায়। ভগা পিৰাত ইতৰ মানুহ বহে, ভগ? পিৰাৰে মৰিয়ালে বেচিকৈ দুখ পায়, আৰু আন অস্ত্ৰ বিচাৰিলে বেলি হয় বা বহি থকা পিৰাৰেই মৰিওৱা হয়, এই বাক্যত এই তিনিও ভা জড়িত আছে। এতেকে-ঢুক্তি পেতে যা যেই সেই নিশী অৰ ৰা গুৰু প্ৰহাৰ, a heavy assault by means of any